• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত ৮০০০ অতিক্ৰম ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2020 8:16 am
354
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই মঙলবাৰে ৮০০০ অতিক্ৰম কৰে। মঙলবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৬৭ গৰাকী লোক ক’ৰ’না প’জিটিভ হয়।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ মুখ্য সচিৱ অভিজিত সিনহাই উল্লেখ কৰা অনুসৰি মঙলবাৰে নাগালেণ্ডত মুঠ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ৮০২০ গৰাকীলৈ বৃদ্ধি পায়।

নতুনকৈ ক’ৰ’না সংক্ৰমিত হোৱা ৬৭ গৰাকী লোকৰ ভিতৰত ৩৮ গৰাকী ডিমাপুৰ, ১৩ গৰাকী কোহিমা, ১১ গৰাকী টুৱেনচাং আৰু ৫ গৰাকী মুন জিলাৰ।

সিনহাই জনোৱা মতে, ৰাজ্যখনত মুঠ ক’ৰ’না সংক্ৰমিত হোৱা ৮০২০ গৰাকী লোকৰ ভিতৰত ৬২৬৭ গৰাকী লোক সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যখনত ১৬৫৭ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

আনহাতে, নাগালেণ্ডত বৰ্তমানলৈ ২২ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

নাগালেণ্ডত ক’ৰ’না সংক্ৰমিত হোৱা ৮০২০ গৰাকী লোকৰ ভিতৰত ৩৫৬৭ গৰাকী লোক নিৰাপত্তা বাহিনীৰ, ১৬১৩ গৰাকী লোক বহিঃৰাজ্যৰ পৰা উভতি অহা আৰু বাকী অংশ লোক ৰাজ্যখনৰ সাধাৰণ নাগৰিক।

নাগালেণ্ডৰ লগতে পাহাৰীয়া ৰাজ্য মণিপুৰতো ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। মণিপুৰত ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যাই ১৬০০০ অতিক্ৰম কৰিছে।

Recent News

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

হ্ৰাস পাইছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত মন্তব্য শশী থাৰুৰৰ

হ্ৰাস পাইছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত মন্তব্য শশী থাৰুৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd