• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডত ঘূৰি ফুৰিছে চীনৰ ‘মহিলা যীশু’ৱে! চিন্তিত ধৰ্মযাজক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 22, 2020 6:12 pm
Jesus-Cross
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক সংখ্যক খ্ৰীষ্টান লোকৰ বসতি প্ৰধান ৰাজ্য নাগালেণ্ডত এতিয়া ঘূৰি ফুৰিছে ‘চীনৰ যীশু খ্ৰীষ্ট’ই।

চীনৰ এই যীশু খ্ৰীষ্ট আকৌ পুৰুষ নহয়,তেওঁ মহিলা।

মহিলা যীশু খ্ৰীষ্টৰ আগমণকলৈ এতিয়া চিন্তিত হৈ পৰিছে নাগালেণ্ডৰ খ্ৰীষ্টান ধৰ্মযাজক সকল। তেওঁলোকে বিচাৰিছে চীনৰ মহিলা যীশু খ্ৰীষ্টই শীঘ্ৰে নাগালেণ্ডৰ পৰা ওলাই যাওক।

ইয়াকে লৈ নাগালেণ্ডৰ খ্ৰীষ্টান ধৰ্মযাজক সকলৰ মাজত সঘন আলোচনাও চলিছে।

আপুনি হয়তো ভাবিছে যীশু খ্ৰীষ্ট আকৌ মহিলা হ’ল কেতিয়াৰে পৰা। গছৰ ওপৰত গৰু উঠা কথা যেন হ’লেও এয়া সত্য যে বহু খ্ৰীষ্টান লোকেই যীশু খ্ৰীষ্টক নাৰীৰ ৰূপত কল্পনা কৰি আহিছে।

দৰাচলতে ১৯৯৯ চনত চীনত একাংশ খ্ৰীষ্টান লোকে এই মতবাদত বিশ্বাস কৰিবলৈ ধৰে যে ক্ৰুছ বিদ্ধ হোৱাৰ তিনিদিন পিছত যীশু খ্ৰীষ্ট পুনৰ জী উঠিছিল।

এইবাৰ কিন্তু তেওঁ পুৰুষৰ ৰূপত নহয়, নাৰীৰ ৰূপতহে যীশুৰ আবিৰ্ভাৱ হৈছিল।

এই মতবাদত বিশ্বাসী খ্ৰীষ্টান লোক সকলে গঠন কৰিছিল ইষ্টাৰ্ণ লাইটনিং কাল্ট নামৰ এক সংস্থা।এই সংস্থাটোক চাৰ্ছ অৱ অলমাইটি গড নামেৰেও জনা যায়।

সংস্থাটোৰ সদস্য সকলে খ্ৰীষ্টানৰ নিউ টেষ্টামেন্ট মানি নলয়। তেওঁলোকৰ নিজা বাইবেল আছে।

যীশু খ্ৰীষ্টক মহিলাৰ ৰূপত কল্পনা কৰা এই সংস্থাৰ বাইবেলৰ নাম হৈছে দ্য ৱৰ্ল্ড এপিয়াৰ্ছ ইন দ্য ফ্লেছ।

তেওঁলোকে মানি অহা মহিলা যীশুৰ নাম ইয়াং জিয়াংবিন।

চীনত নিষিদ্ধ এই সংস্থাটোৱেই এতিয়া খোপনি পুতিছে নাগালেণ্ডত।

সংস্থাটোৱে ফেচবুক পেজৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলাইছে মহিলা যীশুৰ বিষয়ে।

প্ৰচাৰ কৰিছে বহু পুস্তিকা। সেয়ে শংকিত হৈ পৰিছে নাগালেণ্ডৰ ব্যপটিষ্ট কাউন্সিল। কাউন্সিলৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড জেলহউ কিহোই এক পত্ৰ যোগে খ্ৰীষ্টানৰ নামত ব্যভিচাৰ চলোৱা এই সংস্থাৰ পৰা সাৱধানে থাকিবলৈ সকলোকে আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd