• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেব সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ নমোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2019 10:03 pm
narendra modi Modi cabinet decides to allow FDI in digital media

নৰেন্দ্ৰ মোদী। উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ক লৈ চলিত বিতৰ্কৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ দলক বিষয়টো সন্দৰ্ভত ভুৱা প্ৰচাৰ বিয়পোৱাৰ অভিযোগত অভিযুক্ত কৰিছে।

“উত্তৰ-পূৰ্বাঞ্চলত আমাৰ ভাইসকল আৰু ভনীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সাৰমৰ্ম বুজি পাইছে। এইটো এটা অপপ্ৰচাৰ যিটো কংগ্ৰেছে বিয়পাইছে কিন্তু ই বিফল হ’ব। মই আচৰিত হৈছো যে তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে কথা ক’বলৈ স্পৰ্ধা কৰিছে। তেওঁলোকে সমগ্ৰ পূব ভাৰতৰ প্ৰতি বিশেষকৈ উত্তৰ-পূবক বৈষম্য কৰিছিল।” এটা মিডিয়া হাউচৰ সৈতে সাক্ষাৎকাৰত প্ৰধান মন্ত্ৰী মোদীয়ে কয়।

মোদীৰ বক্তব্য তাৎপৰ্য্যপূৰ্ণ কাৰণ বিজেপিয়ে ইয়াৰ ইস্তাহাৰত কৈছিল যে দলটোৱে ‘পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ পিছত’ বিতৰ্কিত বিধেয়কখন সংসদত পাৰণ কৰিবলৈ চেষ্টা কৰিব।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ইতিমধ্যে বিষয়টো চৰ্চাৰ কেন্দ্ৰস্থল হৈ পৰিছে।

উত্তৰ-পূব সম্পৰ্কীয় আন কিছুমান বিষয়টো মোদীয়ে কংগ্ৰেছক সমালোচনা কৰে।

“…স্বাধীনতাৰ ৭০ বছৰ পিছতো উত্তৰ-পূবৰ হাজাৰ হাজাৰ গাওঁ অন্ধকাৰত থাকিব লগা হৈছিল। আমি যোৱা ৫ বছৰত সেই সকলো গাওঁ বৈদ্যুতিকীকৰণ কৰিলো। বগীবিল আৰু ধলা-শদিয়া দলং নোহোৱাৰ ফলত হোৱা বাণিজ্যিক আৰু বিকাশজনিত স্থৱিৰতা আপুনি উপলব্ধি নকৰেনে? আমি সেয়া সম্পূৰ্ণ কৰিলো,” মোদীয়ে কয়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd