• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাকাশত আৱিষ্কাৰ হ’ল হীৰাৰ গ্ৰহ; দেখি চকু কপালত উঠিল নাছাৰ বিজ্ঞানীসকলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2025 6:17 pm
মহাকাশত আৱিষ্কাৰ হ’ল হীৰাৰ গ্ৰহ; দেখি চকু কপালত উঠিল নাছাৰ বিজ্ঞানীসকলৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাছাই দিনে নিশাই বিশ্বব্ৰহ্মাণ্ডক নিৰীক্ষণ কৰি আছে। তাত ক’ত কি ঘটি আছে সেই সকলোবোৰ তথ্য এতিয়া হাতৰ মুঠিত। নাছাৰ বিজ্ঞানীসকলে এইবাৰ মহাকাশত হীৰাৰ গ্ৰহ আৱিষ্কাৰ কৰিছে।

নাছাই হাতীপটিত হীৰাৰ দৰে জিলিকি থকা গ্ৰহ এটা বিচাৰি পাইছে। তেতিয়াহ’লে ইয়াক হীৰাৰ গ্ৰহ বুলি ক’ব পাৰিনে? নাই, এতিয়াও তেনেকৈ কোৱাৰ সময় হোৱা নাই। কিন্তু এই গ্ৰহটোৰ আকাৰ পৃথিৱীতকৈ ৫ গুণ ডাঙৰ।

এই হীৰাৰ গ্ৰহটো মহাকাশত উজ্জ্বলভাৱে জিলিকি আছে। নাছাৰ বিজ্ঞানীসকলে ইয়াক এটা তৰাৰ অংশ বুলি ধাৰণা কৰিছে। তাৰ পৰাই ই এটা গ্ৰহ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াক এটা নিউট্ৰন তৰা হিচাপে ধাৰণা কৰা হৈছে।

ইয়াৰ বাহিৰৰ অংশটো যথেষ্ট উজ্জ্বল। নাছাৰ বিজ্ঞানীসকলে তাৰ পৰাই এই ধাৰণা কৰিছে। এই গ্ৰহত কাৰ্বনৰ পৰিমাণ বেছি থকা বুলিও সকলোৱে চিন্তাচৰ্চা কৰিছে। কিন্তু নাছাৰ কেমেৰাত বন্দী কৰা ছবিৰ পৰা ইয়াক পৃথিৱীতকৈ বহু ডাঙৰ উজ্জ্বল হীৰাৰ দৰে দেখা গৈছে।

নাছাৰ বিজ্ঞানীসকলৰ মতে এই হীৰাৰ গ্ৰহটো পৃথিৱীৰ পৰা ৪১ হাজাৰ আলোকবৰ্ষ দূৰত। কিন্তু ইমান দূৰৰ পৰাও ইয়াৰ পোহৰে সকলোকে আচৰিত কৰি তুলিছে। যদি সঁচাকৈয়ে এই গ্ৰহত হীৰা আছে তেন্তে ই এক আচৰিত আৱিষ্কাৰ হ’ব। কাৰ্বনৰ পৰিমাণ বেছি হোৱাৰ বাবে হীৰাৰ পৰিমাণ বেছি হ’ব পাৰে। নাছাৰ বিজ্ঞানীসকলে ইয়াক ছুপাৰ আৰ্থ নামেৰেও নামাকৰণ কৰিছে।

ইমান দূৰৈত থকাৰ পিছতো যি ধৰণে পোহৰ দিছে তাত আচৰিত হৈছে নাছাৰ বিজ্ঞানীসকল। নাছাৰ বিজ্ঞানীসকলে এই গ্ৰহক লৈ আৰু অধ্যয়ন কৰিব বিচাৰে। যদি সঁচাকৈয়ে তাত হীৰা আছে আৰু ইয়াৰ উজ্জ্বলতা ইমান বেছি তেন্তে সেয়া হ’ব এক মহাজাগতিক আশ্চৰ্য্য। বিজ্ঞানীসকলৰ মতে এই গ্ৰহৰ পৰা জিলিকি থকা বগা পোহৰে যিদৰে সকলোকে ইয়াৰ আকৰ্ষণ কৰিছে, তাতে অনাগত দিনত এই গ্ৰহটোৱে সকলোকে নিজৰ পিনে টানি নিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd