• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সূৰ্যত উঠিছে ধুমুহা, পৃথিৱীৰ পিনে বিচ্ছুৰিত হৈছে জুইৰ আঙনি! সতৰ্কবাণী নাছাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 7:24 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

11.6k
VIEWS
Share on FacebookShare on Twitter

দুপৰীয়া ৰ’দৰ তাপত বাহিৰত ওলাব নোৱাৰি। অসমতো তীব্ৰ দহনে সকলোৰে দেহ-মন কাবু কৰি পেলাইছে। ইয়াৰ মাজতে নাছাৰ পৰা শুনা গৈছে উদ্বেগৰ খবৰ। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৱে জাৰি কৰিছে সৌৰ ধুমুহাৰ সতৰ্কবাণী।

বুধবাৰৰ পৰাই জাৰি কৰা হৈছে নতুন ধুমুহাৰ সতৰ্কবাণী। বৃহস্পতিবাৰলৈকে পৃথিৱীত ইয়াৰ প্ৰভাৱ দেখা যাব বুলি বিজ্ঞানীসকলে জানিবলৈ দিছিল। সৌৰ ধুমুহাৰ ফলত গৰম তাপৰ কিছু পৃথিৱীৰ উপৰিভাগলৈ আহিব। ফলত ক্ষতিৰ আশংকা আছে।

লগতে পঢ়ক: বান্দৰ আমদানি কৰি কি কৰিব চীনে? শ্ৰীলংকাৰ পৰা ১ লাখ বিপন্ন প্ৰজাতিৰ বান্দৰ ক্ৰয় ব্যক্তিগত সংস্থাৰ!

এসপ্তাহৰ আগতেই সৌৰ ধুমুহাৰ সাক্ষী হৈছিল সৌৰজগত। তাৰ ৰেশো আহি লাগিছিল পৃথিৱীৰ বুকুত। সৌৰ ধুমুহাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল ভাৰত মহাসাগৰ। বেতাঁৰ সংযোগো কিছু সময়ৰ বাবে হেৰাই গৈছিল। কিন্তু এইবাৰৰ সৌৰ ধুমুহা ডাঙৰ আৰু প্ৰভাৱশালী বুলি বিজ্ঞানীসকলে জানিবলৈ দিয়ে।

Ready for #aurora? A #solarstorm direct hit is coming. NASA predicts impact 20 April. Additional glancing storms launched earlier mean activity could pick up late on April 19. Expect extended aurora at high latitudes with good chance of views down to mid-latitudes by the 20th. pic.twitter.com/GV8tMf55k3

— Dr. Tamitha Skov (@TamithaSkov) April 17, 2023

এই ধুমুহাৰ ফলত সূৰ্য্যৰ ঠিক কি হ’ব পাৰে? নাছাৰ বিজ্ঞানীসকলৰ মতে সৌৰ ধুমুহাৰ ফলত পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত ফাট মেলিব পাৰে। জিপিএছ, বেতাঁৰ যোগাযোগ ইয়াৰ প্ৰভাৱৰ বাবে সাময়িকভাৱে হেৰাই যাব পাৰে। আনকি, সৌৰ ধুমুহাই ইণ্টাৰনেট সংযোগ আৰু মোবাইল নেটৱৰ্কতো প্ৰভাৱ পেলাব পাৰে। কোনো কোনো ঠাইত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ ঘটনাও বিৰল নহয়।

লগতে পঢ়ক: বৰফ গলিল! ভাৰত ভ্ৰমণলৈ আহি আছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো

সৌৰ ধুমুহাত সূৰ্য্যৰ কেন্দ্ৰৰ পৰা প্লাজমা আৰু চুম্বকীয় তৰংগৰ বৃহৎ বিস্ফোৰণ হয়। ফলত কোটি কোটি সৌৰ কণা ইফালে সিফালে সিঁচৰতি হ’ব পাৰে। স্বাভাৱিকতে, সৌৰজগতত ইয়াৰ প্ৰভাৱ পৰাটো নিশ্চিত।

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd