• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেবিছ আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীটৰ মৃত্যু!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 3:48 pm
67
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীট যোগেন্দ্ৰ ছাত্ৰীৰ (৩৩) ৰেবিজ আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত ওড়িশাৰ বালাংগীৰত মৃত্যু হয়। জানিব পৰা মতে, যোৱা ২৩ জুলাইত হঠাতে ৰাস্তাত মানুহৰ ওপৰত কুকুৰটোৱে আক্ৰমণ চলাইছিল।যোগেন্দ্ৰ আৰু কিছুমান ছাত্ৰ-ছাত্ৰীকে ধৰি এজনৰ পিছত এজনকৈ ছয়জন লোকক কামুৰিছিল।

কামোৰ কাণ্ডত আহত ৬ জন লোকক প্ৰথমে বালাংগীৰ জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বুৰ্লালৈ প্ৰেৰণ কৰা হয়। ইয়াৰে চাৰিজন চিকিৎসাৰ অন্তত সুস্থ হৈ উঠে যদিও শনিবাৰে চিকিৎসাৰ সময়তে যোগেন্দ্ৰ আৰু আন এগৰাকী ভুক্তভোগী হৃষিকেশ ৰাণা (৪৮)ৰ মৃত্যু হয়।

যোগেন্দ্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীট হিচাপে পৰিচিত আছিল। তেওঁৰ আকস্মিক মৃত্যুৱে অঞ্চলটোৰ ওপৰত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে যোৱা মাহত কেন্দ্ৰই কৈছিল যে এই বছৰ দেশত ৩৭ লাখতকৈ অধিক কুকুৰে কামোৰাৰ বাতৰি পোৱা গৈছে আৰু ‘সন্দেহযুক্ত কুকুৰে কামোৰা’ৰ ফলত ৫৪ জন লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছে।

Recent News

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

৫ লাখ টকাৰ প্ৰতিশ্ৰুতি দি দিলে মাত্ৰ ৫০০০ টকা! ক্ষতিপূৰণৰ নামত পীড়িতক ভেঙুচালি বিজেপিৰ

ৰেবিছ আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীটৰ মৃত্যু!

ৰেবিছ আক্ৰান্ত কুকুৰে কামোৰাৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলীটৰ মৃত্যু!

একেটা ঘৰতে থাকে ২৩০ জন লোক, তিনি লাখ ভোটাৰৰ ঘৰৰ নম্বৰ ০! বিহাৰৰ সংশোধিত ভোটাৰ তালিকাতো গণ্ডগোল

একেটা ঘৰতে থাকে ২৩০ জন লোক, তিনি লাখ ভোটাৰৰ ঘৰৰ নম্বৰ ০! বিহাৰৰ সংশোধিত ভোটাৰ তালিকাতো গণ্ডগোল

“মই ইলন মাস্কৰ সন্তান”, দাবী এইজন যুৱকৰ

“মই ইলন মাস্কৰ সন্তান”, দাবী এইজন যুৱকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd