• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত এম বাথাৰ সহযোগী এনএলএফবিৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী

চাজিদ খান by চাজিদ খান
July 13, 2021 10:53 am
NLFB-militant-750x375

এনএলএফবিৰ ওদালগুৰিৰ জিলা সেনাধ্যক্ষ জয়ফ্ৰুশ ওৰফে এন জংখাল। ফাইল ফটো।

259
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে পুৱতি নিশা ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ডিমাচাঙ অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় নেশ্যনেল লিবাৰেশ্যন ফ্ৰন্ট অফ বডোলেণ্ড (এন এল এফ বি)ৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থী।

দীৰ্ঘদিন ধৰি আৰক্ষীৰ নজৰত আছিল মৃত এনএলএফবিৰ উগ্ৰপন্থীজন।

এক বিশেষ তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে চলোৱা অভিযানত এনএলএফবিৰ জিলা সেনাধ্যক্ষ জয়ফ্ৰুশ ওৰফে এন জংখাল নিহত হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এটা পিষ্টল আৰু কেইবা জাঁয়ো সজীৱ গুলি উদ্ধাৰ কৰে।

সূত্ৰসমূহে কয় যে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে নিহত উগ্ৰপন্থীজনৰ গতি বিধিৰ ওপৰত সুক্ষ্ম দৃষ্টি ৰাখিছিল আৰু অৱশেষত এই অভিযানৰ জৰিয়তে ৱান্টেড উগ্ৰপন্থীজনক নিহত কৰে।

নিহত উগ্ৰপন্থীজন বাতৰি অনুসৰি এনডিএফবি (এছ)ৰ প্ৰাক্তন দুৰ্ধৰ্ষ বিদ্ৰোহী নেতা এম বাথাৰ ডেপুটি আছিল। বাথাই তৃতীয়খন বড়ো শান্তি চুক্তিৰ পাছত পুনৰ জংঘললৈ ঘুৰি গৈ এন এল এফ বিৰ মুৰব্বী হৈছিল আৰু বড়ো অঞ্চলত কেইবাটাও ধন দাবী সম্পৰ্কীয় ঘটনাত জড়িত আছিল।

সূত্ৰসমূহে লগতে প্ৰকাশ কৰে যে এগৰাকী মহিলাকে ধৰি তেওঁৰ চাৰিজন সহযোগীক পূৰ্বে গুৱাহাটীত অসম আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল আৰু তেতিয়াৰ পৰাই নিহত উগ্ৰপন্থীজন আত্মগোপন কৰি আছিল।

Recent News

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ব্ৰাহ্মণ নোহোৱাটোৱেই হ’ল অপৰাধ! নিম্ন বৰ্ণৰ ধৰ্ম প্ৰচাৰকক চুলি ক্ষুৰাই প্ৰহাৰ উচ্চ বৰ্ণৰ

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

ভাল খবৰ : প্ৰথমবাৰৰ বিদেশলৈ ৰপ্তানি কৰা হ’ল মাজুলীত জৈৱিকভাবে উৎপাদন কৰা ৰঙা বাওধানৰ চাউল

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

প্ৰথমে ধৰ্ষণ তাৰপিছত হত্যা ; ১০ ফুট দ গাঁত খান্দি পুত্ৰবধুক পুতি থ’লে শহুৰেকে

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

কৰ্ণাটকত একেদিনাই ৫টাকৈ বাঘৰ মৃত্যু! উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd