• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হকীৰ যাদুকৰখ্যাত মেজৰ ধ্যানচান্দৰ ১১৩ সংখ্যক জন্মদিৱস উপলক্ষে শিলচৰত পালন ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
August 29, 2018 10:38 am
National Sports Day
158
VIEWS
Share on FacebookShare on Twitter

হকীৰ যাদুকৰখ্যাত মেজৰ ধ্যানচান্দৰ ১১৩ সংখ্যক জন্মদিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ শিলচৰতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।

হকী খেলৰ সম্ৰাট তথা হকীৰ যাদুকৰখ্যাত ধ্যানচান্দক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে শিলচৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি এক সমদল উলিওৱা হয়। জিলা খেলপথাৰৰ পৰা বাহিৰ কৰা সমদলটোত বিভিন্ন অঞ্চলৰ প্ৰায় ২০০ৰো অধিক ক্ৰীড়াবিদে অংশ লোৱা পৰিলক্ষিত হয়।

ইয়াৰ উপৰি শিলচৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা ক্ৰীড়া সন্থা সভাপতি একাদশ আৰু জিলা ক্ৰীড়া সন্থা সম্পাদক একাদশৰ মাজত এখন প্ৰীতি হকী মেচৰো আয়োজন কৰা বুলি জানিবলৈ দিয়ে।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত জিলা ক্ৰীড়া সভাপতি বাবুল হ’ৰে নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিনৰ দিনা আমি সকলোৱে আজিৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি আহিছো। আজিৰ প্ৰজন্মই প্ৰয়াত মেজৰ ধ্যানচান্দৰ বিষয়ে বিশেষ একো নাজানে। সেয়ে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে তেওঁৰ বিষয়ে নৱপ্ৰজন্মক জনোৱাৰ এক মাধ্যম হ’ব’।

আনহাতে শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুবিমল ধৰে কয় যে আজিৰ এই বিশেষ দিনটো উদযাপন কৰাৰ উদ্দেশ্যে আমি আয়োজন কৰা হকী মেচখনত ল’ৰা আৰু ছোৱালী উভয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এনে কৰাৰ একমাত্ৰ কাৰণ হৈছে যে ল’ৰাতকৈ ছোৱালীৰ দক্ষতা কোনো গুণে কম নহয় আৰু ছোৱালীসকলেও ভবা উচিত যে ল’ৰাতকৈ তেওঁলোকৰ প্ৰতিভা কম নহয়।

ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি শিলচৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৰামানুজ গুপ্তা সোঁৱৰণী ছুপাৰ ডিভিজন ফুটবল লীগখনো আজি সন্ধিয়াৰ পৰা আৰম্ভ হ’ব বুলি সুবিমল ধৰে জানিবলৈ দিয়ে।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd