• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূবৰ মহিলাৰ বাবে লোৱা আঁচনিবোৰলৈ সমৰ্থন আগ বঢ়াব ৰাষ্ট্ৰীয় মহিলা আয়োগে

উত্তৰ-পূবৰ ছাত্ৰীৰ বাবে বেংগালুৰু বিশ্ববিদ্যালয়ত সম্পূৰ্ণ আছুতীয়া হোষ্টেল

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
December 3, 2018 9:57 pm
আলোচনাৰ সময়ত ডনাৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নৱ নিৰ্বাচিত সদস্য ছ’ছো শ্বাইজা।

আলোচনাৰ সময়ত ডনাৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নৱ নিৰ্বাচিত সদস্য ছ’ছো শ্বাইজা।

653
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ মহিলাসকলৰ শিক্ষা আৰু জীৱিকাৰ বাবে থকা বিভিন্ন আঁচনিৰ প্ৰতি সমৰ্থন আগ বঢ়াবলৈ সন্মত হৈছে ৰাষ্ট্ৰীয় মহিলা আয়োগ। বিশেষকৈ কম বয়সীয়া মহিলাসকলৰ শিক্ষা, দক্ষতা বিকাশ আৰু প্ৰশিক্ষণৰ উদ্দেশ্যে থকা আঁচনিবোৰৰ প্ৰতি।

আজি নতুন দিল্লীত ডনাৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ নৱ নিৰ্বাচিত সদস্য ছ’ছো শ্বাইজাৰ মাজত অনুষ্ঠিত এখন বৈঠকৰ পিছতে এই সিদ্ধান্তৰ কথা অৱগত কৰে।

“প্ৰান্তৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত বাস কৰা মহিলাৰ শিক্ষাৰ মান উন্নত কৰা আৰু তেওঁলোকক দক্ষতাৰ প্ৰশিক্ষণ দিয়াৰ থল আছে, যাতে তেওঁলোকে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে।” এজন বিষয়াই কয়।

ডনাৰ মন্ত্ৰ্যালয়ে কয় যে মন্ত্ৰ্যালয়টোৱে মহিলাৰ বাবে ইতিপূৰ্বে অঞ্চলটোৰ মহিলাসকলৰ বাবে গ্ৰহণ কৰা আঁচনিবোৰ আগ বঢ়াই নিব পৰাকৈ ৰাষ্ট্ৰীয় মহিলা আয়োগে সমল আৰু সমৰ্থন আগ বঢ়াব।

আনহাতে ডনাৰ মন্ত্ৰ্যালয়ে জনায় যে ই বেংগালুৰু বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত উত্তৰ-পূবৰ ছাত্ৰীৰ বাবে এটা সম্পূৰ্ণ আছুতীয়া হোষ্টেল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে। হোষ্টেলটো নৰ্থ-ইষ্টাৰ্ন কাউন্সিল আৰু ডনাৰ মন্ত্ৰ্যালয়ৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়তো এনে হোষ্টেল নিৰ্মাণ কৰা হ’ব, য’ত উত্তৰ-পূবৰ ২০০ ছাত্ৰী থাকিব পাৰিব।

Recent News

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd