• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেছাৰ্ছ বেকন আৰু ইক’ ট্যুৰিষ্টৰ দ্বাৰা পৰিৱেশ পৰ্যটন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

স্মিতা ভট্টাটাৰ্য by স্মিতা ভট্টাটাৰ্য
November 17, 2018 12:06 pm
ecotourism-in-India-1024x683
916
VIEWS
Share on FacebookShare on Twitter

বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ সংস্থা নেছাৰ্ছ বেকন আৰু পৰ্যটন ভিত্তিক সংস্থা ইক’ ট্যুৰিষ্টে যুটীয়াভাৱে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত এখন দুদিনীয়া পৰিৱেশ পৰ্যটন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে।

চলিত বৰ্ষৰ ডিচেম্বৰৰ ১৬ আৰু ১৭ তাৰিখে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব। পৰিৱেশ পৰ্যটনক উদগণি দিব বিচৰা, পৰিৱেশ পৰ্যটন ব্যৱসায়ত নিয়োজিত থকা বাব নিয়োজিত হ’বলৈ বিচৰাসকল আৰু পৰিৱেশ পৰ্যটন বিষয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব পাৰিব।

এই প্ৰশিশক্ষণ শিবিৰৰ ভৰ্তি মাছুল হৈছে ৬৬০০ টকা আৰু ইয়াত থকা, খোৱা, প্ৰশিক্ষণ আৰু অধ্যয়ন সামগ্ৰীৰ ব্যয় অন্তৰ্ভুক্ত থাকিব। প্ৰতি গৰাকী অংশগ্ৰহণকআৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভৰ্তি মাছুল ৩০০০ টকা হ্ৰাস কৰা হৈছে বাবে তেওঁলোকৰ বাবে ভৰ্তি মাছুল ৩৬০০ টকা ধাৰ্য কৰা হৈছে।

অংশগ্ৰহণকাৰীসকলে ২০১৮ৰ ডিচেম্বৰৰ ৩ তাৰিখৰ পূৰ্বে যোগদানৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব লাগিব। অধিক জানিবলৈ সৌম্যদীপ দত্তক 9706309331 নম্বৰত আৰু জয়দীপক 8638398407 নম্বৰত যোগাযোগ কৰিব পাৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd