• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথত আৰক্ষীৰ জালত দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰ; চাইনিজ গ্ৰেনেড জব্দ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
August 25, 2018 9:04 pm
NDFB cadre
219
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ মইনাপুৰৰ পৰা আজি বিশ্বনাথৰ ডি এছ পি আৰু ২৪ নং অসম ৰাইফলচৰ এক যুটীয়া অভিযানত এজন দুৰ্ধৰ্ষ এন ডি এফ বি কেডাৰক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত কেডাৰজনৰ নাম আকাশ ৰামচিয়াৰী ওৰফে বুইঠি বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, এক গোপন সূত্ৰৰ পম খেদি আৰক্ষী আৰু সেনাবাহিনীয়ে আজি পুৱতি নিশা অভিযান চলাই বালিচাঙৰ মইনাপুৰত আত্মগোপন কৰি থকা অসম আৰক্ষীৰ মুৰৰ কামোৰনি বুইঠিক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ধৃত কেডাৰজনৰ পৰা এটা চাইনিজ গ্ৰেনেড আৰু এটা মোবাইল ফোন উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে জনোৱা মতে কেইবাটাও হিংসাত্মক কাৰ্যকলাপত জড়িত থকা আকাশ ৰামচিয়াৰী এন ডি এফ বিৰ তৃতীয় বেটেলিয়নৰ কেডাৰ আছিল। তেওঁক বিচাৰি আৰক্ষীয়ে দীৰ্ঘদিন ধৰি অভিযান চলাই আছিল।

Recent News

ঢাকাৰ স্কুলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মেড ইন চাইনা! মৃত্যু ২২ জনৰ; অগ্নিদগ্ধ ১৫০তকৈও অধিক

ঢাকাৰ স্কুলত দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল মেড ইন চাইনা! মৃত্যু ২২ জনৰ; অগ্নিদগ্ধ ১৫০তকৈও অধিক

ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড ২০২৫ত ভাৰতৰ সাফল্য! ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ

ইণ্টাৰনেচনেল মেথমেটিকেল অলিম্পিয়াড ২০২৫ত ভাৰতৰ সাফল্য! ১১০খন দেশৰ ভিতৰত ৭ম স্থান লাভ

চমকপ্ৰদ গৱেষণা বিজ্ঞানীৰ! দুবিধ ঔষধে বাধা দিব পাৰে অপোনাৰ বাৰ্ধক্য

চমকপ্ৰদ গৱেষণা বিজ্ঞানীৰ! দুবিধ ঔষধে বাধা দিব পাৰে অপোনাৰ বাৰ্ধক্য

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

হঠাৎ কিয় এই সিদ্ধান্ত? পদত্যাগ কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd