• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগুৱালে ২০২৪-ৰ NEET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2024 10:48 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেঞ্চ টেষ্ট (NEET PG 2024) পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ৭ জুলাইৰ পৰা ২৩ জুনলৈ আগুৱাই অনা হৈছে পৰীক্ষা। ইয়াৰ আগতেও এবাৰ পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছিল। এই পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণৰ বাবে নেশ্যনেল মেডিকেল কমিশ্যনৰ সৈতে অনুষ্ঠিত PGMEB, DGHS, NBEMSৰ এক উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

নেশ্যনেল মেডিকেল কমিশ্যনৰ তথ্য অনুসৰি অহা ২৩ জুনত অনুষ্ঠিত হ’ব ২০২৪ চনৰ নেট পিজি পৰীক্ষা। ইয়াৰ পূৰ্বে এই পৰীক্ষাৰ তাৰিখ আছিল ৭ জুলাই। ইয়াৰ পূৰ্বে ৩ মাৰ্চৰ দিনটো পৰীক্ষাৰ দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। পিছলৈ ৩ মাৰ্চৰ পৰা ৭ জুলাই হৈ পৰে। এতিয়া জনোৱা হৈছে যে অহা ৭ জুলাইৰ পৰিৱৰ্তে ২৩ জুনত পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাৰ অন্তত ১৫ জুলাইৰ ভিতৰত ফলাফল প্ৰকাশ পাব বুলিও জনোৱা হৈছে।

লগতে পঢ়কঃ জনতাৰ মূৰত মাধমাৰ, নিৰ্বাচনী বণ্ডৰ খৰচ উঠাই ল’বলৈ হোৰাহোৰে ঔষধৰ মূল্য বৃদ্ধি কৰিছে কোম্পানীয়ে!

নেশ্যনেল মেডিকেল কমিশ্যনৰ সৈতে এই বৈঠকত উপস্থিত আছিল মেডিকেল কাউঞ্চেলিং কমিটি, পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেশ্যন ব’ৰ্ড, ডিৰেক্টৰেট জেনেৰেল ফৰ হেলথ চায়েঞ্চ আৰু নেশ্যেনল ব’ৰ্ড অফ এক্সামিনেশ্যনছ ফৰ মেডিকেল চায়েঞ্চ। এই আটাইকেইটা পক্ষৰ বক্তব্য শুনি আয়োগে এই সিদ্ধান্তত উপনীত হয়। তাৰপিছতে এই তাৰিখ ঘোষণা কৰা হ’ল।

আয়োগে কয় যে পৰীক্ষাৰ পিছত কাউঞ্চেলিঙৰ তাৰিখত কোনো সালসলনি নহ’ব। ফলস্বৰূপে ৫ আগষ্টৰ পৰা কাউঞ্চেলিং আৰম্ভ হ’ব। শিক্ষাবৰ্ষৰ নামভৰ্তিৰ তাৰিখ ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। আৰু ইয়াৰ শেষ তাৰিখ ২১ অক্টোবৰ।

লগতে পঢ়কঃ প্ৰতিভা প্ৰকাশ কৰি বিপদহে আহিল! বাহনক হেলিকপ্টাৰৰ ৰূপ দি আইনী ৰোষত ‘উদ্ভাৱক‘

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৮ মাৰ্চত নেট এমডিএছ পৰীক্ষা সম্পূৰ্ণ হৈছিল। উল্লেখ্য যে  এই পৰীক্ষাটো এম ডি, এম এছ, স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে বাধ্যতামূলক। NEET PG Exam ৰ বিষয়েও কিছু তথ্য আছে। সেইবোৰ এবাৰ চকু ফুৰাই চাওঁক।

পৰীক্ষাক কেন্দ্ৰ কৰি নিয়ম

NEET PG 2024 পৰীক্ষাৰ পৰীক্ষাৰ টেষ্ট পেপাৰ ৮০০ নম্বৰৰ হ’ব। মুঠ ২০০টা মাল্টিপল চইছৰ প্ৰশ্ন থাকিব। প্ৰাৰ্থীসকলে প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে ৪ নম্বৰ পাব। প্ৰতিটো ভুল উত্তৰৰ বাবে ১ নম্বৰ কৰ্তন কৰা হ’ব। ফলস্বৰূপে নিগেটিভ মাৰ্কিঙৰ নিয়ম আছে। ফলত এই কঠিন পৰীক্ষাত অতি সাৱধান হ’ব লাগিব পৰীক্ষাৰ্থীসকলে। অৱশ্যে উত্তৰ নকৰা প্ৰশ্নৰ কোনো নিগেটিভ মাৰ্কিং নাই। এই পৰীক্ষাটো হ’ব অনলাইন কম্পিউটাৰ ভিত্তিক পৰীক্ষা। ৩ ঘণ্টা ৩০ মিনিটৰ ভিতৰত সম্পূৰ্ণ পৰীক্ষা শেষ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd