• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NEET পৰীক্ষাৰ তাৰিখ ঘোষণা শিক্ষা মন্ত্ৰ্যালয়ৰ; কেতিয়াৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2021 10:08 am
WhatsApp-Image-2020-08-21-at-12.08.13-PM-750x375
253
VIEWS
Share on FacebookShare on Twitter

কোভিড পৰিস্থিতিৰ বাবে সমগ্ৰ দেশতে স্থৱিৰ হৈ পৰিছে শিক্ষা ব্যৱস্থা। স্কুল-কলেজৰ পৰা বিশ্ববিদ্যালয়লৈকে এতিয়া তলাবন্ধ।বাতিলো কৰা হৈছে একাধিক পৰীক্ষা।

এনে পৰিস্থিতিৰ মাজতে কোভিড অতিমাৰীক কাটি কৰি থৈ শিক্ষা ব্যৱস্থাক গতি দিবলৈ বদ্ধ পৰিকৰ হৈছে নতুন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।

এই লক্ষ্য আগত ৰাখিয়েই সোমবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে নীট স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে ঘোষণা কৰা অনুসৰি অহা ১২ ছেপ্টেম্বৰৰ পৰা নীট স্নাতক পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হ’ব।

পূৰ্বে ১আগষ্টৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও বিভিন্ন কাৰণত সেয়া পিছুৱাই দিয়া হৈছে।

পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া ১৩ জুলাইৰ বিয়লি ৫বজাৰ পৰা আৰম্ভ হ’ব।

The NEET (UG) 2021 will be held on 12th September 2021 across the country following COVID-19 protocols. The application process will begin from 5 pm tomorrow through the NTA website(s).

— Dharmendra Pradhan (@dpradhanbjp) July 12, 2021

সোমবাৰে মন্ত্ৰ্যালয়ৰ উচ্চ পদস্থ বিষয়াসকল তথা ৰাজ্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৈঠকত বহাৰ পাছতে তেওঁ পৰীক্ষাৰ কথা ঘোষণা কৰে।

আনহাতে, পৰীক্ষাৰ বাবে নিয়ম-নীতিসমূহো ঘোষণা কৰা হৈছে। সেই অনুসৰি

  • পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে ১৩ জুলাইৰ বিয়লি ৫বজাৰ পৰা NTAৰ ৱেবছাইটত আবেদন কৰিব পাৰিব।
  • পৰীক্ষাত শাৰীৰিক দূৰত্ব বিধিকে ধৰি আন কোভিড নিৰ্দেশনাসমূহত কঠোৰ দৃষ্টি দিয়া হৈছে।
  • ভিৰ হ্ৰাস কৰাৰ বাবে এইবাৰ ১৫৫টাৰ সলনি ১৯৮খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদৰে পৰীক্ষা কেন্দ্ৰও বৃদ্ধি পাব।
  • পৰীক্ষা কেন্দ্ৰত সকলো পৰীক্ষাৰ্থীকে মাস্ক দিয়া হ’ব।
  • সমাগম এৰাই চলিবলৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰা প্ৰস্থানৰ সময়ো পৃথক কৰা হৈছে।
  • পৰীক্ষা হলত পঞ্জীয়নো হ’ব স্পৰ্শহীন। ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব। পৰীক্ষাৰ পূৰ্বে আৰু পাছত আচবাব পত্ৰকে ধৰি গোটেই পৰীক্ষা কেন্দ্ৰকে ছেনিটাইজ কৰা হ’ব।
  • পৰীক্ষা কেন্দ্ৰত ডাঙৰ খোলা খিৰিকি তথা বৈদ্যুতিক পংখা থকাটো বাধ্যতামূলক কৰা হৈছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd