• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিলে নেপাল চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 4:30 pm
911
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ নতুন জোখ প্ৰকাশ কৰিছে নেপাল চৰকাৰে।

নেপাল চৰকাৰে শেহতীয়াভাৱে জাৰি কৰা মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে ৮৮৪৮.৮৬ মিটাৰ।

মাউণ্ট এভাৰেষ্টে বৰ্তমানো পৃথিৱীৰ উচ্চতম শৃংগৰ স্থান অক্ষুণ্ণ ৰাখিছে।

১৯৫৪ চনত চাৰ্ভে অফ ইণ্ডিয়াই পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ গ্ৰহণ কৰিছিল।

প্ৰথমবাৰৰ জোখত মাউণ্ট এভাৰেষ্টৰ উচ্চতা আছিল ৮৮৪৮ মিটাৰ অৰ্থাৎ ১৯৫৪ ৰ তুলনাত বৰ্তমান মাউণ্ট এভাৰেষ্টৰ উচ্চতা .৮৬ মিটাৰ বৃদ্ধি হৈছে।

শেহতীয়াভাৱে নেপাল আৰু চীনে সন্মিলিতভাৱে মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ লৈছিল।

২০১৫ চনত নেপালত সংঘটিত হোৱা ভূমিকম্পৰ পাছত মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ পৰিৱৰ্তন হোৱা বুলি বিভিন্ন পক্ষই দাবী কৰাৰ পাছত নেপাল চৰকাৰে নতুনকৈ মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ লোৱাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছিল।

২০১৮ চনৰ পৰা নেপালৰ চাৰ্ভে ডিপাৰ্টমেণ্টে মাউণ্ট এভাৰেষ্টৰ উচ্চতাৰ জোখ গ্ৰহণৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছিল।

‘‘মাউণ্ট এভাৰেণ্টৰ উচ্চতাৰ জোখ গ্ৰহণত যিসকল লোক জড়িত হৈ আছিল সকলোকে এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব’’ নেপালৰ চাৰ্ভে ডিপাৰ্টমেণ্টৰ সহকাৰী সঞ্চালক প্ৰধান সুশীল নৰাসিংহ ৰাজভাণ্ডাৰীয়ে উল্লেখ কৰে।

Recent News

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

প্ৰধানমন্ত্ৰীৰ অডিঅ’ ৰেকৰ্ডিং ভাইৰেলঃ ৰাজনৈতিক সংকটৰ মাজতে বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

QS World University Rankings 2026: তালিকাৰ শীৰ্ষত এমআইটি, ভাৰতৰো অগ্ৰগতি দেখিবলৈ পোৱা গ’ল এই তালিকাত

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

পুনৰ বিমানত যান্ত্ৰিক বিজুতি! ১৮২ জন যাত্ৰীৰে দিল্লীত জৰুৰীকালীন অৱতৰণ ইণ্ডিগ’ৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd