• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ওড়িশা বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰীৰ মৃত্যুত বৰ্ণবাদী মন্তব্য কৰা ৫ জনক গ্ৰেপ্তাৰঃ সকিয়নী নেপাল চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 19, 2025 4:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুৱনেশ্বৰৰ কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজিৰ নেপালী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুত বিভিন্ন মহলে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰী নেপালী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিও ‘বৰ্ণবাদী’ আৰু ‘অপমানজনক’ মন্তব্যৰ অভিযোগ উত্থাপন হৈছে। সেই পৰিবেশত এইবাৰ নেপাল চৰকাৰে ঘোষণা কৰিলে যে পৰিস্থিতিৰ উন্নতি নহ’লে তেওঁলোকে উচ্চ শিক্ষাৰ বাবে ওড়িশালৈ যাব বিচৰা নেপালী ছাত্ৰ-ছাত্ৰীক অনুমতি প্ৰদান বন্ধ কৰিবলৈ বাধ্য হ’ব।

উল্লেখ্য যে, দেওবাৰে বিশ্ববিদ্যালয়খনৰ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ কৰে তৃতীয় বৰ্ষৰ ছাত্ৰীগৰাকীৰ মৃতদেহ। এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ দাবী, হঠাতে কৰ্তৃপক্ষই তেওঁলোকক বিশ্ববিদ্যালয় চৌহদৰ পৰা ওলাই যাবলৈ কয়। ছাত্ৰীগৰাকীৰ আত্মহত্যাক ঢাকি ৰখাৰ চেষ্টাও কৰা হৈছিল। এই দুয়োটাৰ মাজত সংযোগ থাকিব পাৰে বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে সন্দেহ কৰে। এই মৃত্যুৰ স্বচ্ছ তদন্তৰ দাবী জনাইছে। অভিযোগ অনুসৰি ইয়াৰ পাছত প্ৰতিবাদকাৰী নেপালী ছাত্ৰ-ছাত্ৰীৰ প্ৰতি বিভিন্ন ‘বৰ্ণবাদী’ আৰু ‘অপমানজনক’ মন্তব্য আৰম্ভ হ’ল। হোষ্টেলৰ পৰা ছাত্ৰ-ছাত্ৰীক বলপূৰ্বকভাৱে উচ্ছেদ কৰাৰ অভিযোগত কৰ্তৃপক্ষ আৰু নিৰাপত্তাৰক্ষীকে ধৰি পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে পিছদিনা জামিন মঞ্জুৰ কৰা হয়।

ওড়িশা কাণ্ডৰ পাছতো নেপাল চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ওড়িশাৰ প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাই নতুন দিল্লীত থকা নেপালৰ দূতাবাসৰ দুজন বিষয়াক ওড়িশা ভ্ৰমণ কৰি ৰাজ্যখনৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত নেপালী ছাত্ৰ-ছাত্ৰীক সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিছে। যিসকলে হোষ্টেলত থাকিব বিচাৰে বা যিসকলে নিৰাপদে ঘৰলৈ উভতি যাব বিচাৰে তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে। ইয়াৰ বাবে এখন সুকীয়া হেল্প ডেস্ক মুকলি কৰা হৈছে। কাঠমাণ্ডুয়ে কয় যে পৰিস্থিতিৰ শীঘ্ৰে উন্নতি নহ’লে ভৱিষ্যতে ওড়িশাৰ যিকোনো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচৰা নেপালী ছাত্ৰ-ছাত্ৰীক নামভৰ্তি দিয়া বন্ধ কৰিব পাৰে নেপাল চৰকাৰে।

ছাত্ৰীগৰাকীৰ পিতৃয়েও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ দাবী, বিগত কেইবামাহো ধৰি তেওঁৰ কন্যা মানসিক বিষণ্ণতাত ভুগি আছিল। বাৰে বাৰে তেওঁক ব্লেকমেইল কৰা হৈছিল। তেওঁৰ ওপৰত বিভিন্ন ধৰণে মানসিক চাপ দিয়া হৈছিল। অভিযোগ অনুসৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দুৱাৰত একাধিকবাৰ টোকৰ মাৰিলেও কোনো সঁহাৰি পোৱা নগ’ল। ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত এজন বিশ্ববিদ্যালয়ৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd