• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমবাৰৰ বাবে ভাৰত-নেপাল সীমান্তত সেনাবাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 19, 2020 3:48 pm
নেপালৰ সেনাবাহিনী, উৎস-ইণ্টাৰনেট

নেপালৰ সেনাবাহিনী, উৎস-ইণ্টাৰনেট

11.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৈতে থকা সকলো ধৰণৰ দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সুসম্পৰ্ক নিশেষ কৰাৰ বাবে উঠি পৰি লাগিছে চুবুৰীয়া দেশ নেপালে।

কিছুদিন পূৰ্বে নেপাল চৰকাৰে ভাৰতৰ ভূখণ্ড অন্তৰ্ভূক্ত কৰি নেপালৰ নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পাছতে আন এক আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰিছে।

নেপাল চৰকাৰে প্ৰথমবাৰৰ বাবে ভাৰত আৰু নেপাল সীমান্তত সৈন্য বাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতৰ সৈতে শেহতীয়াভাৱে আৰম্ভ হোৱা সীমা বিবাদৰ প্ৰতি লক্ষ্য ৰাখি নেপালে ভাৰতৰ সৈতে থকা মুকলি সীমান্ত গেট সমূহ বন্ধ কৰাৰো সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

ভাৰতৰ সৈতে নেপালৰ ১৭০০ কিলোমিটাৰ মুকলি সীমা আছে। বৰ্তমানলৈ ভাৰতীয় লোক নেপাললৈ গলে অথবা নেপালৰ লোক ভাৰতলৈ আহিলে কোনোধৰণৰ বাধ্যবাধকতা নথকাকৈ এই সীমান্ত গেট সমূহেৰে অহা যোৱা কৰিব পাৰে।

নেপাল চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ পাছত এতিয়াৰে পৰা কিছু নিৰ্দিষ্ট সীমাবদ্ধতাৰ মাজেৰেহে ভালতীয় লোক সকল নেপাললৈ অহা-যোৱা কৰিব পাৰিব।

উল্লেখযোগ্য যে, চীনৰ সৈতে ভাৰতৰ অব্যাহত থকা শেহতীয়া সীমা বিবাদৰ পাছত নেপালৰ সীমান্তত সৈন্য বাহিনী নিয়োগ কৰা সিদ্ধান্তই ভবিষ্যতে ভাৰত আৰু নেপালৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অধিক অৱনতি ঘটাব বুলি নিশ্চিত হৈছে।

Recent News

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

নৰ্মাদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটেকাৰক মানহানিৰ গোচৰত দোষী সাব্যস্তকৰণ সমৰ্থন কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd