• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত ‘চাকচন এ কঁঠাল গছত নপৰিবি’ শীৰ্ষক গ্ৰন্থ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2019 11:59 am
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰত গ্ৰন্থ উন্মোচনী সভা

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰত গ্ৰন্থ উন্মোচনী সভা

274
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সাহিত্য জগতত নতুন সংযোজন ঘটাই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা উন্মোচন কৰা হয় কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ মহেশ গগৈৰ ৰচিত ‘চাকচন এ কঁঠাল গছত নপৰিবি’ নামৰ গ্ৰন্থখন। গ্ৰন্থখন উন্মোচন কৰি উন্মোচক ৰহিলা ব্ৰহ্মই কয় যে গগৈৰ ৰচনাই পাঠক সমাজক অসমীয়া সাহিত্যৰ নতুন ধৰণৰ সোৱাদ দিবলৈ সক্ষম হ’ব।

উল্লেখযোগ্য, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱশৰ লগত সংগতি ৰাখি গ্ৰন্থখন উন্মোচন কৰা হয়। কোকৰাঝাৰ জিলা মহিলা সমিতিয়ে দিনজোৰা কাৰ্য্যসূচীৰে জিলাখনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে। মহিলা সমিতিৰ সভাপতি হৰিনি ব্ৰহ্মই বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভনি কৰা অনুষ্ঠানত স্থানীয় ৰাইজৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নাৰী দিৱসত অংশলৈ নতুনকৈ প্ৰকাশহোৱা গ্ৰন্থখনৰ লেখক মহেশ গগৈয়ে অসমীয়া সমাজত বড়ো মহিলাৰ স্থান আৰু মৰ্য্যদাৰ ওপৰত আলোকপাত কৰে। সমগ্ৰ ভাৰতৰ লগতে বড়ো মহিলা সকলেও সমাজত স্বাভিমানেৰে জীয়াই থাকিব বিচাৰে আৰু এই ক্ষেত্ৰত শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত নাৰী-পুৰুষ উভয়ে সংঘবদ্ধহৈ আগবাঢ়িব লাগিব বুলি কোকৰাঝাৰ জিলা মহিলা সমিতিৰ সভানেত্ৰী হৰিনি ব্ৰহ্মই মন্তব্য কৰে।

Recent News

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

হ্ৰাস পাইছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত মন্তব্য শশী থাৰুৰৰ

হ্ৰাস পাইছে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সমিতিৰ বৈঠকত মন্তব্য শশী থাৰুৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd