• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰোনাতংক : ৰাজ্যত বলৱৎ কৰা হ’ব নতুন কোভিড নিৰ্দেশনা!; ২ বজাতে বন্ধ হ’ব ব্যৱসায়িক প্ৰতিষ্ঠান!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 3:47 pm
bankholiday-1542618010
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে কোভিড১৯ৰ সংক্ৰমণ।

ইতিমধ্যে ৰাজ্যত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন বলৱৎ থকাৰ সমান্তৰালভাৱে সন্ধিয়া ৬ বজাৰ পৰা শ্বপিং মল, দোকান পোহাৰ, বজাৰ আদি বন্ধ থকাৰ লগতে অন্যান্য কোভিড বিধি বলৱৎ হৈ আছে।

কিন্তু কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নতুন কোভিড নীতি নিৰ্দেশনা জাৰি কৰিবলৈ ৰাজ্য প্ৰশাসন তৎপৰ হৈছে বুলি জানিব পৰা গৈছে।

নতুন কোভিড নীতি নিৰ্দেশনা অনুসৰি বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য নৈশ আইনত বলৱৎ কৰা হ’ব। ইয়াৰ পূৰ্বে সন্ধিয়া ৮ বজাৰ পৰা সান্ধ্য নৈশ আইন বলৱৎ হৈ আহিছিল।

ইয়াৰ ফলত কোনো লোকে সন্ধিয়া ৬ বজাৰ পিছৰ পৰা ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব।

ইফালে বিয়লি ২ বজাৰ পৰা দোকান-পোহাৰৰ লগতে শ্বপিং মল আদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। ইয়াৰ পূৰ্বে সন্ধিয়া ৬ বজাত সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰা হৈছিল।

আনহাতে সাধাৰণ কাম কাজত ঘৰৰ বাহিৰলৈ যোৱা লোকসকলে ২ বজাৰ আগতে ঘৰলৈ ওভতি আহিব লাগিব। অৱশ্যে অত্যাৱশকীয় বা জৰুৰী সেৱা আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকল সন্ধিয়া ৬ বজাৰলৈকে ঘৰৰ বাহিৰত থাকিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত পৰিচয় বা অনুমতি পত্ৰ প্ৰদৰ্শন কৰাতো বাধ্যতামূলক হ’ব।

বিবাহ সভা আদি বন্ধ নকৰিলেও খুব কম সংখ্যক লোকৰ উপস্থিতিতহে এয়া সমাপন কৰিব পাৰিব।

ইফালে জৰুৰী সেৱাত নিয়োজিত লোকৰ বাবে পূৰ্বৰ দৰেই নীতিসমূহেই বলৱৎ হৈ থাকিব বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে এতিয়াৰ পৰা আৰক্ষী প্ৰশাসন আৰু অধিক কঠোৰ হ’ব। ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অনুসৰি শাস্তি প্ৰদান কৰা হ’ব কোভিড প্ৰটক’ল উলংঘা কৰা লোকসকলক।

ইতিমধ্যে নতুন নীতি নিৰ্দেশনা প্ৰস্তুতৰ বাবে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাসকল মিলিত হৈছে। এই বৈঠকতে ৰাজ্য প্ৰশাসনে নতুন কোভিড নীতি নিৰ্দেশনাসমূহ প্ৰস্তুত কৰি আছে বুলি জানিব পৰা গৈছে।

সূত্ৰটোৰ মতে অহা বুধবাৰৰ পৰা নতুন কোভিড নীতি নিৰ্দেশনাসমূহ বলৱৎ কৰা হ’ব আৰু কিছু সময়ৰ পিছতে ৰাজ্য চৰকাৰে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰা হ’ব পাৰে। জনসংযোগ বিভাগৰ সঞ্চালকে আমাৰ সাংবাদিকক জনাইছে এই কথা।

উল্লেখ্য যে কালিৰ দিনটোত ৰাজ্যত ৪ হাজাৰতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ লগতে কেৱল গুৱাহাটী মহানগৰীত ১৬শৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। কালিৰ দিনটোত ২৯ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৰাজ্যত।

 

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

জালিয়াতিৰ অভিযোগ! শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ বিৰুদ্ধে ৰুজু গোচৰ

August 27, 2025 8:39 am
বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

বহু দিন ধৰি আছিল প্ৰেমৰ সম্পৰ্ক : বিয়াৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই প্ৰেমিকাক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে প্ৰেমিকে

August 27, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

ন্যায়াধীশ নিযুক্তিতো গুজৰাটক প্ৰাধান্য; কলেজিয়ামৰ সিদ্ধান্তক লৈ প্ৰশ্ন ভাবী মুখ্য ন্যায়াধীশৰেই!

August 27, 2025 10:06 am
কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

কৰ্ণাটকত দশেৰা মহোৎসৱ উদ্বোধনৰ বাবে বুকাৰ বিজয়ী বানু মুস্তাকক নিমন্ত্ৰণক লৈ ৰাজনৈতিক বিতৰ্ক

August 27, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd