• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহামাৰী কোভিডত আক্ৰান্ত হৈ নতুন দিল্লীস্থিত অসমৰ আৰু দুগৰাকী সাংবাদিকৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2021 3:26 pm
Assam Journalist
671
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে নতুন দিল্লীস্থিত অসমৰ আৰু দুগৰাকী সাংবাদিকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

তেওঁলোক হৈছে নতুন দিল্লীস্থ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱা আৰু অণিৰ্বাণ বৰা।

জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ সাংবাদিক পত্নী নিলাক্ষী ভট্টাচাৰ্যৰো কোভিড১৯ আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু হৈছিল। পত্নীৰ মৃত্যুৰ মাত্ৰ এটা দিনৰ পিছতে সাংবাদিকগৰাকীৰ আজি পুৱা ৮.৪০ বজাত মৃত্যু হয়।

সাংবাদিক বৰুৱাই মৃত্যুৰ সময়ত দ্য আছাম ট্ৰিবিউনৰ নতুন দিল্লী ব্যুৰ চীফৰ দায়িত্বত থকাৰ বিপৰীতে পত্নী নিলাক্ষী ভট্টাচাৰ্যই দ্য টাইমছ অৱ ইণ্ডিয়াৰ নতুন দিল্লীৰ কাৰ্যালয়ত কৰ্মৰত আছিল।

জ্যেষ্ঠ সাংবাদিক বৰুৱাই সুদীৰ্ঘ ৩০ বছৰ ধৰি দ্য আছাম ট্ৰিবিউনত সাংবাদিকতা কৰি আহিছিল। বৰুৱা আৰু ভট্টাচাৰ্যই একমাত্ৰ কন্যাক এৰি থৈ গৈছে।

ইফালে আজি দিনৰ ভাগত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে নতুন দিল্লীস্থ অন্য এগৰাকী সাংবাদিক অণিৰ্বাণ বৰা।

দ্য ইক’নমিক টাইমছৰ গ্ৰাফিক্স এডিটৰ হিচাপে কৰ্মৰত ৪২ বছৰীয়া বৰাই পত্নী আৰু পুত্ৰক এৰি গৈছে।

অসমৰ দিল্লীস্থ সাংবাদিক তিনিগৰাকীৰ মৃত্যুৱে অসমৰ সংবাদ জগততো শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ পহিলা মে’লৈকে অতি কমেও ১০১ গৰাকী সাংবাদিক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

আনহাতে যোৱা ২০২১ এপ্ৰিলৰ পৰা মে’ৰ পহিলালৈকে ৫০ ৰো অধিক সাংবাদিক কোভিড সংক্ৰান্তীয় বিভিন্ন কাৰণত মৃত্যু বৰণ কৰিছে।

Tags: COVID-19

Recent News

আৰু কিমানজনৰ মৃত্যু? অসম চৰকাৰ তথা গুৱাহাটী পৌৰনিগমৰ অৱহেলাৰ ফল ভুগিছে নাগৰিকে!

আৰু কিমানজনৰ মৃত্যু? অসম চৰকাৰ তথা গুৱাহাটী পৌৰনিগমৰ অৱহেলাৰ ফল ভুগিছে নাগৰিকে!

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd