• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্মস্থলৰ গণ সমাধিৰ গোচৰত চাফাই কৰ্মীৰ পিছত এইবাৰ মুখ খুলিলে সমাজকৰ্মীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 2:57 pm
54
VIEWS
Share on FacebookShare on Twitter

বিশেষ তদন্তকাৰী দল বা এছ আই টিয়ে কৰ্ণাটকৰ মন্দিৰ চহৰ ধৰ্মস্থলত গণ সমাধিৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে। সূত্ৰ অনুসৰি সোমবাৰে নতুনকৈ হাড়-মূৰ উদ্ধাৰ হৈছে। সূত্ৰ অনুসৰি ১১ টা স্থানৰ পৰা হাড়-মূৰ উদ্ধাৰ কৰা হৈছে। এটা মানৱ কংকালো উদ্ধাৰ কৰা হৈছে।

যোৱা কেইদিনমানৰ পৰা মন্দিৰত সংঘটিত হোৱা গণ সমাধিৰ গোচৰৰ তদন্তত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। ইপিনে, সোমবাৰে এজন সমাজ কৰ্মীয়ে এই গোচৰত নতুন বিস্ফোৰণ ঘটায়। তেওঁ এই ঘটনাৰ সাক্ষী বুলিও দাবী কৰে।

দক্ষিণ কানাড়া জিলাৰ মন্দিৰত সংঘটিত গণ সমাধিৰ গোচৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য। শেহতীয়াকৈ মন্দিৰৰ এগৰাকী প্ৰাক্তন চাফাই কৰ্মীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। যোৱা ৩ জুলাইত চাফাই কৰ্মীজনে দণ্ডাধীশৰ আগত ভায্য দিছিল যে ১৯৯৮ চনৰ পৰা ২০১৪ চনৰ ভিতৰত কেইবাগৰাকীও মহিলা আৰু নাবালিকৰ মৃতদেহ সমাধিস্থ কৰি দাহ কৰা হৈছিল।

তেওঁলোকৰ বহুতৰে শৰীৰত যৌন নিৰ্যাতনৰ চিন থকা বুলিও দাবী তেওঁ লগতে কৰে। তেওঁ দক্ষিণ কানাড়াৰ আৰক্ষী অধীক্ষক আৰু ধৰ্মস্থল আৰক্ষী থানাতো এজাহাৰ দাখিল কৰে। যোৱা ৪ জুলাইত গোচৰ ৰুজু কৰা হৈছিল। ১৯ জুলাইত সিদ্দাৰামাইয়া চৰকাৰে এছ আই টি গঠনৰ নিৰ্দেশ দিছিল। ৩১ জুলাইত ধৰ্মস্থলী চহৰৰ সমীপৰ নেত্ৰাৱতী নদীৰ পাৰৰ পৰা কেইবাটাও কংকাল আৰু হাড়-মূৰ উদ্ধাৰ কৰা হৈছিল। ছাফাই কৰ্মীগৰাকীয়ে দাবী কৰিছে যে মৃতদেহ কেইটা নেত্ৰৱতী পাৰত পুতি থোৱা হৈছে।

ইপিনে, সোমবাৰে এই গোচৰে নতুন ৰূপ লাভ কৰে। দক্ষিণ কানাড়াৰ এগৰাকী সমাজকৰ্মীয়ে এছ আই টিত অভিযোগ দাঙি ধৰিছে যে ২০০২-২০০৩ চনত কোনো নিয়ম মানি নচলি কিশোৰী ছোৱালীৰ মৃতদেহ জ্বলোৱাৰ তেওঁ সাক্ষী হৈছিল। ধৰ্মস্থল অঞ্চলত কেইবাটাও দেহ সমাধিস্থ কৰা হয়।

এই তদন্ত অতি গোপনীয়তাৰে চলি আছে। আনকি হেল্পলাইন নম্বৰো আৰম্ভ কৰিছে এছ আই টিয়ে। বেলথাংগাডী আৰক্ষী থানাত মুকলি কৰা হৈছে এখন বিশেষ ডেস্ক। উদ্দেশ্য এই বিষয়ে কোনোবাই যদি কিবা জানে তেন্তে এছ আই টিক অৱগত কৰিব পাৰে।

Recent News

বিশেষ ছাত্ৰ কাৰ্যসূচীৰ মাজেৰে নৱাগত শিক্ষাৰ্থীক আদৰণি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

বিশেষ ছাত্ৰ কাৰ্যসূচীৰ মাজেৰে নৱাগত শিক্ষাৰ্থীক আদৰণি গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ

ধৰ্মস্থলৰ গণ সমাধিৰ গোচৰত চাফাই কৰ্মীৰ পিছত এইবাৰ মুখ খুলিলে সমাজকৰ্মীয়ে

ধৰ্মস্থলৰ গণ সমাধিৰ গোচৰত চাফাই কৰ্মীৰ পিছত এইবাৰ মুখ খুলিলে সমাজকৰ্মীয়ে

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ দেহাৱসান

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

তীব্ৰ গতিৰে উৰি আহিছে গ্ৰহাণু 2025 OT7; আজিয়েই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd