• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2025 2:41 pm
95
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সংঘতিত হয় এক  শোকাবহ ঘটনা। চিকিৎসা মহাবিদ্যালয় খনৰ এনআইচিইউৰ বিচনাৰ পৰা পৰি মৃত্যু হয় এটি নৱজাতকৰ। জানিব পৰা মতে নুনমাটিৰ স্মিতা ডেকাৰ ঘৰত জন্মগ্ৰহণ কৰা কেঁচুৱাটো জণ্ডিচ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। নিয়মীয়া পৰীক্ষাৰ সময়ত চিকিৎসালয়ৰ কৰ্মচাৰীয়ে দুটা কেঁচুৱা পৰি থকা বুলি জানিব পাৰিছিল, ইয়াৰে এটা কেঁচুৱা বিচনাখনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। সকলো চেষ্টাৰ পিছতো বচাব নোৱাৰিলে কেঁচুৱাটোক।

জিএমচিএইচৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই ইয়াক চিকিৎসালয়ত এনেধৰণৰ প্ৰথম ঘটনা বুলি অভিহিত কৰি আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিয়ে। এই ঘটনা কেনেকৈ সংঘটিত হয় সেই বিষয়ে জানিবলৈ চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰা হৈছে। তেওঁ কয় যে এন আই চি ইউত ৮০টা কেঁচুৱাৰ বাবে ঠাই থকাৰ বাবে অতিমাত্ৰা ভিৰ এটা ডাঙৰ সমস্যা, কিন্তু প্ৰায়ে দুটা বা তিনিটা কেঁচুৱাক একেখন বিচনাত ৰাখিব লাগে।

ডাঃ বৈশ্যই পৰিয়ালটোক শোক প্ৰকাশ কৰাৰ লগতে তদন্তৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁ এই কাণ্ডক গাড়ী বা বিমান দুৰ্ঘটনাৰ সৈতে তুলনা কৰি কয় যে এই দুৰ্ঘটনাই তেওঁলোকক অসুৰক্ষিত কৰি তোলা নাই, জিএমচিএইচ এখন নিৰ্ভৰযোগ্য চিকিৎসালয় হৈয়েই আছে বুলি মত প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

September 10, 2025 10:34 am
অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

মুখ্যমন্ত্ৰী শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য! অসমত হিন্দু বঙালীয়ে CAAৰ অধীনত আবেদন কৰা নাই ইতিমধ্যেই তেওঁলোক ভাৰতীয় নাগৰিক

September 10, 2025 8:52 am
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: চুবুৰীৰ কাজিয়াই ইচ্ছাকৃতভাৱে এজনে আন এজনক আত্মহননৰ বাবে প্ৰৰোচিত কৰা নুবুজায়

September 10, 2025 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ উন্নতিৰ বাবে নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ আহ্বান ভাৰতৰ

September 10, 2025 10:34 am
অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অন্ত পৰিব নে ৰাজিনীতিৰ বোকা ছটিওৱা খেলখন! গৌৰৱ গগৈৰ কথিত পাকিস্তান সম্পৰ্কৰ SIT তদন্তৰ কোনো সময়সীমা নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

September 10, 2025 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd