• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বামীৰ পুৰুষত্বক লৈ সন্দেহ নৱ পৰিণীতাৰ; নিজকে সক্ষম প্ৰমাণ কৰিবলৈ যুৱকে কৰিলে এই কাণ্ড!

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2020 11:43 am
images

প্ৰতিনিধিত্বমূলক ফটো।

102.2k
VIEWS
Share on FacebookShare on Twitter

নৱ বিবাহিতা পত্নীৰ সৈতে যৌন সম্পৰ্কত অনীহাৰ অভিযোগ। মাহৰ পাছত মাহ পাৰ হৈ যোৱাৰ পাছতো কাষ চপা নাই পত্নীৰ। সেয়ে, স্বামীক যৌন মিলনত অক্ষম বুলিয়েই ধৰি লৈছিল যুৱতী পত্নীয়ে।

লাহে লাহে সন্দেহৰ মাত্ৰা গভীৰ হৈ পৰাত স্বামীক এৰি পিতৃৰ ঘৰলৈ গুচি যায় পত্নী। কিন্তু সেই পত্নীৰ মন জয় কৰিবলৈ দস্তুৰমতে পৰীক্ষা দি নিজৰ সক্ষমতা প্ৰমাণ কৰিবলগীয়া হ’ল যুৱক স্বামীয়ে।

ঘটনা অনুসৰি, লকডাউনৰ পূৰ্বে বিয়া ঠিক হৈছিল। কিন্তু কৰ’না সংকটৰ বাবে সকলো পৰিকল্পনা ভংগ হোৱাৰ উপক্ৰম। পিচে, বিয়া বাতিল কৰাৰ পৰা বিৰত থাকিল দুই পৰিয়াল। অনুষ্টুপীয়াকৈ পতা অনুষ্ঠানতে দুয়োকে যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে আশীৰ্বাদ দিয়া হয়।

যোৱা ২৯ জুনত ভূপালত অনুষ্ঠিত হৈ যায় দুয়োৰে বিয়াৰ অনুষ্ঠান। কিন্তু বিয়াৰ পাছত দুয়োৰে যুগ্মজীৱনত নাবাঢ়িল উত্তাপ। নৱ পৰিণীতাৰ দাবী যে বিয়াৰ পাছত তেওঁলোকে একেটা ঘৰতে থাকিলেও স্বামীয়ে তেওঁক এবাৰো স্পৰ্শ কৰি চোৱা নাই। বহুকেইবাৰ স্বামীৰ কাষলৈ যোৱাৰ চেষ্টা কৰিলেও সম্পৰ্কৰ কোনো পৰিৱৰ্তন হোৱা নহ’ল। বৰঞ্চ দিনে দিনে দূৰত্ব বাঢ়ি হে গ’ল।

এসময়ত স্বামীৰ যৌন সক্ষমতাক লৈ নৱ পৰিণীতাৰ মনত প্ৰশ্ন জাগি উঠিল। অৱশেষত বাধ্য হৈ বিচ্ছেদৰ কথা চিন্তা কৰিলে। কাৰণ উল্লেখ কৰি বিবাহ বিচ্ছেদৰ সিদ্ধান্ত ল’লে। খা-খৰচ বিচাৰি দাবীও তোলে। শহুৰৰ ঘৰৰ ত্যাগ কৰি পিতৃৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে যুৱতী।

ইপিনে, পত্নীক বুজোৱাৰ চেষ্টা কৰে যুৱকে। সংশ্লিষ্ট কৰ্তৃপক্ষই যুৱকক অৱশেষত মাতি পঠিয়ায়।

নৱ বিবাহিত যুৱকে স্পষ্টকৈ জানিবলৈ দিলে যে যৌন মিলনৰ ক্ষেত্ৰত তেওঁৰ কোনো শাৰীৰিক সমস্যা নাই। যুৱকৰ দাবী যে তেওঁ ইয়াৰ বাবে শাৰীৰিক পৰীক্ষা কৰেষ শুকুৰবাৰে অহা পৰীক্ষাৰ ফলাফলত যুৱকৰ দাবীয়েই সঠিক বুলি প্ৰমাণিত হয়। যুৱকৰ শাৰীৰিক কোনো বিসংগতি নাই।

কিন্তু পত্নীৰ সৈতে যৌন মিলনত যুৱকৰ আপত্তি কিয়? অৱশেষত যুৱকে ভাঙি পাতি ক’লে ইয়াৰ ৰহস্য।

যুৱকে কয় যে বিয়াৰ সময়ত পত্নীৰ পৰিয়ালৰ বহুতেই কৰ’না আক্ৰান্ত আছিল। তেওঁৰ পত্নীও কৰ’নাত আক্ৰান্ত বুলি তেওঁৰ সন্দেহ হৈছিল। সেয়ে পত্নীৰ সৈতে কিছু দূৰত্ব ৰাখি চলিছিল। পিচে, পত্নীৰ সৈতে এইবাৰ তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটিব বুলি আশা কৰিছে যুৱকে।

এই ঘটনাক লৈ বাস্তৱিকতে ভূপালত আলোড়নৰ সৃষ্টি কৰে। অৱশ্যে, নৱ পৰিণীতা যুৱতীয়েও এইবাৰ যুৱ স্বামীৰ প্ৰেমৰ উদ্দাম জোৱাৰত আত্মসমৰ্পন কৰিবলৈ সাজু হৈছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd