• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিজবুল মুজাহিদিনৰ লিংকমেনক জেৰা কৰাৰ বাবে অসমত উপস্থিত নিয়াৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2018 4:52 pm
hiz-pic-750x375

গুৱাহাটী আৰক্ষীয়ে হিজবুল মুজাহিদিনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ওমৰ ফাৰুক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিজবুল মুজাহিদিনৰ সদস্যৰ সাতজন সহযোগীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক জেৰা কৰাৰ বাবে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ (নিয়া) এটা দল বুধবাৰে অসমত আহি উপস্থিত হৈছে।

ইণ্ডিয়া ডট কমত প্ৰকাশিত এটা বাতৰিত অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে, ‘’ নিয়াৰ এটা দল অসমত উপস্থিত হৈছে আৰু তেওঁলোকে গ্ৰেপ্তাৰ হোৱা লিংকমেন কেইজনক জেৰা কৰি আছে। এইবাৰ প্ৰথমবাৰৰ বাবে আমি অসমত হিজবুল মুজাহিদিনৰ লিংকমেন গ্ৰেপ্তাৰ কৰিছো। আমি চাব বিচাৰিছো যে জম্মু আৰু কাশ্মীৰৰ ইছলামিক সন্ত্ৰাসবাদীয়ে অসম ইতিমধ্যে খোপনি পুতিছিল নেকি।‘’ তদন্তৰ খাতিৰত বিষয়াজনে আৰু অধিক তথ্য প্ৰকাস কৰাৰ পৰা বিৰত থাকে।

বাতৰিটোত লগতে প্ৰকাশ কৰা হৈছে যে অসমৰ এজন বাসিন্দা হিজবুল মুজাহিদিনৰ সদস্যক উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ দিন চেৰেক পিছতে নিয়াৰ দলটো অসমলৈ আহে। বাতৰি অনুসৰি সন্ত্ৰাসবাদীজনে গণেশ চতুৰ্থীত অসমত আক্ৰমণৰ পৰিকল্পনা কৰিছিল। তেওঁ জেৰাত লগতে প্ৰকাশ কৰিছিল যে তেওঁ ২০১৭ চনৰ এপ্ৰিলত কাশ্মীৰলৈ প্ৰশিক্ষণৰ বাবে গৈছিল।

কমৰ উজ জামান বুলি চিনাক্ত হোৱা সদস্যজনক যোৱা সপ্তাহত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত অসম আৰক্ষীয়ে এতিয়ালৈকে জম্মু আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদী সংগঠনটোৰ তথা ধৃত সদস্যজনৰ লগত সম্পৰ্ক থকাৰ বাবে জামানৰ ভাতৃকে ধৰি সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। জামানৰ গ্ৰেপ্তাৰৰ পিছতে অসম আৰক্ষীয়ে তেওঁৰ ঘনিষ্ঠ সহযোগী শ্বাহনৱাজ আলমক হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে হোজাইৰ লংকাৰ পৰা ছাইদুল আলমৰ লগতে ওমৰ ফাৰুক আৰু আনকেইজনক হোজাই আৰু নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে কয় যে ছাইদুলৰ জামানৰ লগত সম্পৰ্ক আছিল আৰু চলিত বছৰৰ এপ্ৰিল মাহত শ্ৰীনগৰলৈ গৈ কেইজনমান হিজবুল মুজাহিদিন সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd