• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় বাজেটত ঘোষণা : আয়কৰ আদায় দিয়াৰ বাবে পান কাৰ্ডৰ প্ৰয়োজন নাই, আধাৰ কাৰ্ডে যথেষ্ট

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2019 8:43 pm
Adhar Card is enough for filling ITR

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

726
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূব তথা সমগ্ৰ ভাৰতবৰ্ষৰ আয়কৰ দাতা সকলৰ বাবে ভাল খবৰ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে বাজেট দাখিল কৰাৰ সময়ত এতিয়াৰ পৰা নাগৰিকসকলে আধাৰ কাৰ্ডত থকা নম্বৰ অন্তৰ্ভূক্ত কৰিয়ে কৰ আদায় দিব পাৰিব, ইয়াৰ বাবে পান কাৰ্ড বাধ্যতামূলক নহয় বুলি ঘোষণা কৰে।

সীতাৰমনে কৰদাতা সকলৰ সুবিধাৰ বাবে পান কাৰ্ড আৰু আধাৰকাৰ্ডৰ বিনিময়যোগ্যতাৰ বিষয়ে ঘোষণা কৰে।

বিত্ত মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবেই এতিয়াৰে পৰা দেশৰ কৰ দাতা সকলে আধাৰ কাৰ্ডৰ সহায়ত টেক্স আদায় দিব পাৰিব। কৰদাতা সকলৰ বাবে আধাৰ কাৰ্ড নম্বৰ বাধ্যতামূলক কৰা হৈছে।

বিত্তমন্ত্ৰীৰ সিদ্ধান্তৰ পাছতে কৰদাতা সকলৰ বাবে পান কাৰ্ড নোহোৱাকৈ আয়কৰ আদায় দিয়া সহজ হৈ পৰিব।

উচ্চতম ন্যায়ালয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰি মাহত আদকৰ আদায় দিয়া আৰু পান আৱন্তত দিয়াৰ ক্ষেত্ৰত আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছিল। শীৰ্ষ আদালতে সমগ্ৰ বিষয়টো আয়কৰ আধিনিয়মৰ ১৩৯ ধাৰাৰ অধীনত বাহাল ৰাখিছিল।

আনহাতে, উচ্চতম ন্যায়ালয়ে আধাৰ নম্বৰক বেংক একাউণ্টৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক নহয় বুলি নিৰ্দেশ দিছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd