• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ম সংস্কৃতিৰ নমুনা! তামুলপুৰৰ এটি বিশেষ কাৰ্যালয়ত দিনৰ ১১ বজালৈ অনুপস্থিত বিষয়া-কৰ্মচাৰী

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
December 30, 2021 4:12 pm
Baksa office empty

ফটো: নৰ্থইষ্ট নাও।

150
VIEWS
Share on FacebookShare on Twitter

তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত দিনৰ ১১ বজালৈ উপস্থিত নাই কোনো বিষয়া-কৰ্মচাৰী।

আজি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে আকস্মিকভাৱে পৰিদৰ্শন কৰে  তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টো।

কাৰ্যালয়ত উপস্থিত হৈ কোনো কৰ্মচাৰী দেখা নাপাই আশ্বৰ্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে।

Also Read: শিৱসাগৰত আৱৰ্জনাৰ দ’ম তথা ডাম্পিং গ্ৰাউণ্ড পৰিষ্কাৰ অভিযান অব্যাহত বিধায়ক অখিল গগৈৰ

যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই অসমৰ শিক্ষাখণ্ডত আমুল পৰিবৰ্তনৰ কথা কৈ  আহিছে তেনে সময়তে প্ৰমোদ বড়োৰ গৃহ সমষ্টি তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দেখা গ’ল ইয়াৰ বিপৰীত ছবি।

এই সকল বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’ব নে সেয়া লক্ষণীয় হৈ পৰিছে।

Recent News

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

ক’ভিডত আক্ৰান্ত ২৭০০ৰো অধিক লোক, ৭ জনৰ মৃত্যুঃ কেৰালা, মহাৰাষ্ট্ৰ, দিল্লীত আটাইতকৈ বেছি ক্ষতি

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

তদন্তৰ তথ্য ৰাজহুৱা নকৰে, ই গোপন বিষয় : গৌৰৱ গগৈৰ বিৰুদ্ধে চলা পাকিস্তান সংযোগৰ তদন্ত সম্পৰ্কে অজিত কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

প্ৰতিকূল বতৰৰ বাবে বাতিল কেইবাটাও নিযুক্তি পৰীক্ষা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষাও বাতিল

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আগন্তুক তিনিঘণ্টাত অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd