• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবাদিকৰ বাদে কোনো মানুহে কেবৰ প্ৰসংগ নানে : হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 21, 2019 8:39 am
হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

2.7k
VIEWS
Share on FacebookShare on Twitter

সাংবাদিকৰ বাদে কোনো মানুহেই উত্থাপন নকৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ। বুধবাৰে জনতা ভৱনত বিধেয়কখনক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত মন্ত্ৰী হিমন্তই এইদৰে প্ৰত্যুত্তৰ দিয়ে।

তেওঁ কয়, ‘কেবৰ চৰ্চা কেৱল সাংবাদিকক লগ পালেহে হয়, বাকী কোনেও নুলিয়ায়। সংবাদমেল পাতিলেহে মোৰ কেব শব্দটো মুখৰ পৰা ওলায়। মই দিনটোত ৩ হাজাৰটা মেছেজৰ ৰিপ্লাই দিওঁ, এটা শব্দটো কেব নাহে।‘

‘হয়তো আপোনালোকে কোনোবা দ্বীপত বসবাস কৰি আছে, নহ’লে আমি বেলেগ ক’ৰবাত বাস কৰি আছো। কেইদিনমান আগতে লখিমপুৰ, ধেমাজিৰ পৰা আহিলো, তাতটো অসমীয়া চেন্টিমেন্ট থকা মানুহ আছে, কোনো নৰমনিচ এটাই মোক কেবৰ কথা নুসুধিলে।‘ তেওঁ লগতে কয়।

কেব সন্দৰ্ভত বিজেপি চৰকাৰৰ স্থিতিৰ সমৰ্থন কৰি মন্ত্ৰী শৰ্মাই কয়, ‘কোন শুদ্ধ সেয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু লোকসভা নিৰ্বাচনৰ ফলাফলে বুজাই দিছে। ২১ৰ নিৰ্বাচনেও বুজাই দিব কোনটো শুদ্ধ।‘

‘আজি ইমান বিলাক বাংলাদেশী অসমত থকাৰ পাছতো আমি ফ্ৰাষ্ট ক্লাছ দপদপাই আছো, কাইলৈ কেব আহিলে কি চেকেণ্ড ক্লাছ হৈ যাম নেকি? এতিয়া বাঘবৰ জনিয়াত অসমীয়া ফাষ্ট ক্লাছ চিটিজেন হৈ আছে নেকি?’ হিমন্তৰ প্ৰশ্ন।

আনহাতে আছুলৈ টিপ্পনী দি হিমন্তই কয়, ‘আছুৰ অধিৱেশন এখন যদি বাঘবৰত হয়, আমিতো ভালেই পাওঁ।‘

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd