• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ দৰে আন বহু দেশেই দিয়া নাই কৰ’নাৰ সঠিক তথ্য! কি ক’লে বিশ্ব স্বাস্থ্য সংস্থাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2020 12:50 pm
COVID-19: This virus may never go away, warns WHO
13.1k
VIEWS
Share on FacebookShare on Twitter

চীনে ইয়াৰ কৰ’না সম্পৰ্কীয় তথ্য সলনি কৰাৰ পাছতেই পোহৰলৈ আহিছে আন বহু গোপন কথা। চীনে যে প্ৰকৃত তথ্য গোপন ৰাখিছিল সেই কথাও স্পষ্ট হৈ পৰিছে।

ইপিনে বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত কৈছে যে কেবল চীনেই নহয়, এনেকুৱা বহু দেশেই কৰ’নাত আক্ৰান্ত বা মৃত্যুৰ সংখ্যা সঠিকভাৱে প্ৰকাশ কৰা নাই। বৰ্তমান যি সংখ্যা দেখুওৱা হৈছে প্ৰকৃততে সেই সংখ্যা তাতকৈ অধিক।

সংস্থাটোৱে লগতে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিলেই প্ৰকৃত তথ্য জানিব পৰা যাব।

শুকুৰবাৰে চীনে স্বীকাৰ কৰিছে যে দেশখনৰ উহান চহৰত কোভিড-১৯ ভাইৰাছৰ ফলত যিমান মৃত্যু হোৱা বুলি চৰকাৰীভাৱে ঘোষণা কৰা হৈছে, প্ৰকৃত সংখ্যা তাতকৈ পঞ্চাশ শতাংশ অধিক।

সেইদৰে চালে উহানত মৃত্যুৰ সংখ্যা ১হাজাৰ ২৯০জন বৃদ্ধি পাব আৰু মুঠ সংখ্যা হ’বগৈ ৩হাজাৰ ৮৬৯জন।

আনহাতে, বৰ্তমান উহানত পৰিস্থিতি নিয়ন্ত্ৰণাধীন। নতুনকৈ কৰ’নাৰ ঘটনা সংঘটিত নোহোৱাৰ বাবে উহানৰ অস্থায়ী কৰ’না হাস্পাতলখন বন্ধ কৰি দিয়া হৈছে। হাস্পাতলখনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল ঘৰলৈ ঘুৰি গৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবেই চীনে প্ৰকৃত মৃতকৰ সংখ্যাটো ক’ব পাৰিছে।

সংস্থাৰ এগৰাকী বিষয়াই কৈছে, ‘’এইটো সঁচাকৈয়ে এটা প্ৰত্যাহ্বান।সকলো আক্ৰান্ত তথা মৃতকৰ সংখ্যাৰ হিচাপ ৰখাটো টান কাম। আমি ভাবো বিশ্বৰ আৰু বহু দেশে এতিয়া প্ৰকৃত পৰিসংখ্যা দিয়া নাই। পৰিস্থিতি স্বাভাৱিক হ’লে সেইবোৰৰ পুনৰ এবাৰ পৰ্যালোচনা কৰা হ’ব।‘’

চীনে তথ্য গোপন কৰাৰ অভিযোগে ইতিমধ্যে বহুল চৰ্চা লাভ কৰিছে। বিশেষকৈ উহান চহৰৰ তথ্যকলৈ সন্তুষ্ট নহয় আমেৰিকাকে ধৰি বিশ্বৰ কেইবাখনো উন্নত দেশ।

Recent News

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd