• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহন্ত নহয় অতুল বৰাহে দলৰ নেতা, অগপৰ অন্তৰ্কলহ উদঙাই মন্তব্য ফণীভূষণৰ

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 7, 2019 4:55 pm
Not Prafulla Mahanta, AGP's leader is Atul Bora: declares Assam minister Phanibhushan

ফণীভূষণ চৌধুৰী। ছবি সৌজন্য- The Print

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ সৈতে পুনৰ মিত্ৰতাক লৈ অগপত চলা অভ্যন্তৰীণ দ্বন্দ্ব উদঙাই প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে বৰ্তমানৰ সভাপতি অতুল বৰাহে দলৰ নেতা বুলি দেওবাৰে ঘোষণা কৰিছে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ উদ্যোক্তা বিজেপিৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰি আসন্ন লোকসভা নিৰ্বাচনত মহন্তই দলৰ হৈ প্ৰচাৰ নচলোৱাৰ বাবে লোৱা সিদ্ধান্তই কোনো প্ৰভাৱ নেপেলাই বুলিও চৌধুৰীয়ে মন্তব্য কৰিছে।

“প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতিয়ে নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়, কাৰণ তেওঁ বৰ্তমান দলৰ নেতা নহয়। অতুল বৰাহে বৰ্তমান দলৰ সভাপতি|”, মিত্ৰজোঁট প্ৰক্ষেপিত বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে পাটাছাৰকুছিত দেওবাৰে আয়োজিত দলীয় কৰ্মীৰ সভাৰ শেষত সাংবাদিকক মন্তব্য চৌধুৰীৰ।

মিত্ৰতাৰ পক্ষ লৈ চৌধুৰীয়ে লগতে কয় যে বিজেপি আৰু বিপিএফৰ সৈতে মিত্ৰতাই সংসদলৈ প্ৰতিনিধি পঠোৱাত দলটোক সহায় কৰিব।

বিধেয়কৰ বিৰুদ্ধে দলটোৰ পূৰ্বৰ স্থিতি অক্ষুণ্ণ থাকিব বুলি ঘোষণা কৰি চৌধুৰীয়ে ৰাইজক মুক্তমনে ভোট দিবলৈ আহ্বান জনাইছে।

পাটাছাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ সভাপতিত্বত হৰেন্দ্ৰ ভৱনত অনুষ্ঠিত সভাখনত বৰপেটাৰ প্ৰাৰ্থী দাসৰ লগতে শতাধিক দলীয় কৰ্মী উপস্থিত আছিল।

সভাখনত দলটোৰ বজালী জিলা সভাপতি মনোৰঞ্জন দাস, সম্পাদক জিন্তু চৌধুৰীও উপস্থিত আছিল।

Tags: নিৰ্বাচন ২০১৯
শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

বেলতলা মহাবিদ্যালয়ত অজিৎ বৰুৱাৰ জন্ম শতবৰ্ষ আৰু দশম বাৰ্ষিক স্মাৰক বক্তৃতা সম্পন্ন

August 24, 2025 9:45 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd