• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট প্ৰগতিশীল লেখিকা ড০ অনিমা গুহৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2021 6:42 pm
Dr Anima Guha
323
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট প্ৰগতিশীল লেখিকা ড০ অনিমা গুহৰ দেহাৱসান ঘটিছে।

বৃহস্পতিবাৰে আবেলি ৩.২০ বজাত গুৱাহাটীৰ আৰ্য হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০বছৰ। মহানগৰীৰ উলুবাৰীৰ বাসিন্দা আছিলবিশিষ্ট লেখিকাগৰাকী।

প্ৰসিদ্ধ নিৱন্ধকাৰ ‘ইতিহাসবিদ’ ড০ অমলেন্দু গুহৰ পত্নী আছিল ড০ অনিমা গুহ।

ড০ অনিমা গুহ ‘তৃতীয় বিশ্ববাসিনীৰ দৃষ্টিত নাৰী আৰু সমাজ’, ‘মানুহ চিত্ৰশালাত’,’এমুঠি অভিজ্ঞতা’, ‘সোঁতৰ বিপৰীতে’, ‘নীল আকাশৰ তলত’, ‘বিপন্ন প্ৰজাতি’ আদিৰ দৰে গ্ৰন্থৰ লেখিকা আছিল।

তেওঁ ‘জীৱনৰ জোৱাৰ ভাটাৰ মাজেদি,’ আৰু ‘বাকীছোৱা জীৱন’ নামেৰে দুটা খণ্ডত আত্মজীৱনী গ্ৰন্থও ৰচনা কৰিছিল।

বিশিষ্ট লেখিকা ড॰ অনিমা গুহৰ বিয়োগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে।

অনিমা গুহৰ মৃত্যুত ৰাজ্যখনে এগৰাকী বিশিষ্ট সাহিত্যিকক হেৰুৱালে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড: অনিমা গুহৰ বিয়োগত মই মৰ্মাহত হৈছোঁ৷ তেখেতৰ বিয়োগত ৰাজ্যখনে বৌদ্ধিক দিশৰ এগৰাকী উজ্জ্বল নক্ষত্ৰক হেৰুৱালে৷ বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ pic.twitter.com/zNS9KaAPQX

— Himanta Biswa Sarma (@himantabiswa) July 29, 2021

তেওঁ প্ৰয়াত সাহিত্যিকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

বিশিষ্ট লেখিকা অনিমা গুহৰ মৃত্যুত তেওঁৰ অনুৰাগীসকলে গভীৰ শোকপ্ৰকাশ কৰিছে।

Recent News

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd