• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Novak Djokovic : কেৰিয়াৰত ২৩টা গ্ৰেণ্ড শ্লেম; ফ্ৰেন্স অ’পেনত জয়লাভ কৰি টেনিছত ইতিহাস গঢ়িলে জ’কভিচে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2023 8:13 am
টেনিছত সৰ্বকালৰ শ্ৰেষ্ঠ নোভাক জ’কভিচ। ফটো: সংগ্ৰহীত।

টেনিছত সৰ্বকালৰ শ্ৰেষ্ঠ নোভাক জ’কভিচ। ফটো: সংগ্ৰহীত।

297
VIEWS
Share on FacebookShare on Twitter

কেৰিয়াৰত ২৩ টা গ্ৰেণ্ড শ্লেম। ফ্ৰেন্স অ’পেনত জয়লাভ কৰি নোভাক জ’কভিচে অতিক্ৰম কৰিলে ৰাফেল নাডালক। সৰ্বকালৰ শ্ৰেষ্ঠ টেনিছ তাৰকা হৈ পৰিল জ’কভিচ। তেওঁ টেনিছত এক নতুন ইতিহাস ৰচনা কৰিলে।

ছিজনৰ প্ৰথমটো গ্ৰেণ্ড শ্লেম অষ্ট্ৰেলিয়ান অ’পেনত জয়লাভ কৰি নাডালক স্পৰ্শ কৰিছিল জ’কভিচে। ফ্ৰেন্স অ’পেনত জয়লাভ কৰি তেওঁ ক্লে ক’ৰ্টৰ সম্ৰাটক অতিক্ৰম কৰে। এতিয়ালৈকে দুয়োজনে ২২টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰি আছিল। এইবাৰ জ’কভিচৰ নামৰ কাষত জিলিকি উঠিব ২৩টা গ্ৰেণ্ড শ্লেম।

যোৱা বছৰৰ ৰানাৰ্ছ আপ কেছপাৰ ৰুডক দেওবাৰে ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে ছাৰ্বিয়ান তাৰকাগৰাকীয়ে। মেচৰ ফলাফল ৭-৬, ৬-৩, ৭-৫। জোকাৰে পুৰুষৰ টেনিছত ২৩টা গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।

বিশ্বৰ এক নম্বৰ টেনিছ তাৰকাগৰাকীয়ে দেওবাৰৰ দিনটোত নৰৱেৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ বিশেষ কষ্ট কৰিব লগা নহ’ল। প্ৰথম ছেটত যুঁজিছিল কেছপাৰে। টাইব্ৰেকাৰলৈ লৈ গৈছিল ছেটটো। নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰি জ’কোভিচে জয়লাভ কৰে।

ফ্ৰেন্স অ’পেনত জয়লাভ কৰি নোভাক জ’কভিচ।

প্ৰথম গ্ৰেণ্ড শ্লেম জয়ৰ লক্ষ্যৰে নমা ৰুডে দ্বিতীয় ছেটত প্ৰত্যাহ্বান জনাবই নোৱাৰিলে। ছাৰ্বিয়াৰ তাৰকাগৰাকীয়ে সহজেই ৬-৩ ব্যৱধানত জয়লাভ কৰে। তৃতীয় ছেটত চতুৰ যুঁজ হৈছিল। কিন্তু জোকাৰেই শেষ হাঁহি মাৰিলে।

ইতিহাসত নিজৰ নাম লিখাৰ পিছত আৱেগেৰে উঠলি উঠিল ন’ভাক। ফ্ৰেন্স অ’পেন জয় কৰাৰ পিছতে তেওঁ দৌৰি ষ্টেণ্ডলৈ যায়। ছোৱালীজনীক কোলাত তুলি লয়। এই মধুৰ মুহূৰ্তটো তেওঁ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিলে।

এই স্থানলৈ আহি উপস্থিত হোৱাৰ বাবে জ’কভিচে দৰ্শকক ধন্যবাদ জনায়। ৰজাৰ ফেডাৰেৰ, ৰাফেল নাডালক অতিক্ৰম কৰি এতিয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টেনিছ তাৰকা জ’কভিচ।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd