• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিয়াল আৰু কুকুৰনেছীয়াৰ কামোৰৰ ফলত মৃত্যু হ’লে আত্মীয়ক দিয়া হ’ব ৪ লাখ টকা, কিন্তু ক’ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 9:55 am
113
VIEWS
Share on FacebookShare on Twitter

এতিয়া যদি উত্তৰ প্ৰদেশত শিয়াল বা কুকুৰনেছীয়াৰ কামোৰাৰ বাবে কোনো লোকৰ মৃত্যু হয় তেন্তে ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰিব ৪ লাখ টকাৰ ক্ষতিপূৰণ। শিয়াল আৰু কুকুৰনেছীয়াৰ আক্ৰমণৰ ফলত হোৱা প্ৰাণ হেৰুৱা ঘটনাক ৰাজ্যিক দুৰ্যোগ বুলি ঘোষণা কৰিছে চৰকাৰে। এতিয়া মুঠ ১১টা বন্যপ্ৰাণী এই ৰাজ্যিক দুৰ্যোগৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।

উত্তৰ প্ৰদেশত বাঘ, সিংহ, নাহৰফুটুকী, পহু, হায়েনা, ঘঁৰিয়াল, হাতী, গঁড়, বনৰীয়া গাহৰিৰ আক্ৰমণত কোনো ব্যক্তিৰ মৃত্যু হ’লে ভুক্তভোগীৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয়। এই সকলোবোৰ প্ৰাণীকে মানুহ-বন্যপ্ৰাণী সংঘাতৰ শ্ৰেণী-১ত স্থান দিয়া হৈছে। আনহাতে, শিয়াল আৰু কুকুৰনেছীয়াক শ্ৰেণী-২ত ৰখা হৈছে।

মুখ্য সচিবৰ অধ্যক্ষতাত গঠন কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিয়ে মৌমাখিৰ আক্ৰমণৰ ফলত হোৱা মৃত্যুক ৰাজ্যিক দুৰ্যোগত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল। এই প্ৰস্তাৱ এতিয়াও উচ্চ পৰ্যায়ত গৃহীত হোৱা নাই। কোৱা হৈছে যে প্ৰথমে বন বিভাগৰ লগত মৌমাখি বন্যপ্ৰাণীৰ অধীনলৈ আহে নে নহয় সেই সম্পৰ্কে পৰামৰ্শ লব লাগে। একে সময়তে অট্টালিকা ভাঙি পৰা ঘটনাটো ৰাজ্যিক দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱো নাকচ কৰা হয়।

Recent News

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

ডেল্টা বয়িং ৭৬৭ ইঞ্জিন অগ্নিকাণ্ডঃ লছ এঞ্জেলছত জৰুৰীকালীন অৱতৰণ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

‘লিভ ইন’ত থকা প্ৰেমিকা আৰক্ষী বিষয়াক হত্যা কৰি থানাত আত্মসমৰ্পণ চি আৰ পি এফ জোৱানৰ

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

বাৰিষাত মৃত্যু উপত্যকালৈ পৰিণত হিমাচল! ভূমিস্খলন আৰু বানত ১১৬ জন লোকৰ এমাহত মৃত্যু, লোকচান ১,২৩০ কোটি টকা

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ চীনৰ; জলসংকটৰ আশংকা, উদ্বিগ্ন ভাৰত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd