• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘উগ্ৰপন্থীৰ হাতত আছিল ভোটাৰ কাৰ্ড আৰু আগ্নেয়াস্ত্ৰ’- চিদাম্বৰমৰ পেহেলগামৰ প্ৰশ্নক লৈ সংসদত প্ৰমাণ দিলে অমিত শ্বাহে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2025 5:25 pm
107
VIEWS
Share on FacebookShare on Twitter

২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৫ জন ভাৰতীয় পৰ্যটক আৰু এজন স্থানীয় নাগৰিক নিহত হৈছিল। সেই ঘটনাৰ পাছত ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰিছিল যদিও ভাৰত-পাকিস্তান আক্ৰমণ- প্ৰতি আক্ৰমণৰ মাজতো পেহেলগাম কাণ্ডৰ লগত জড়িত সন্ত্ৰাসবাদীক বিচাৰি পোৱা নগ’ল। এনে পৰিস্থিতিত কংগ্ৰেছ নেতা পি চিদাম্বৰমে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সত্যতা আৰু পাকিস্তানৰ সৈতে ইয়াৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰে।

অৱশ্যে মঙলবাৰে লোকসভাত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰে যে সোমবাৰে শ্ৰীনগৰৰ ‘অপাৰেচন মহাদেৱ’ত পেহেলগাম আক্ৰমণৰ লগত জড়িত তিনিওজন সন্ত্ৰাসবাদী নিহত হৈছে। বিৰোধীৰ ঠাট্টা-মস্কৰাৰ প্ৰতি সঁহাৰি জনাই উগ্ৰপন্থীৰ পৰিচয়ৰ প্ৰমাণ দি শ্বাহে কয় যে নিহত লস্কৰ উগ্ৰপন্থীৰ মৃতদেহৰ সৈতে পাকিস্তানী ভোটাৰ কাৰ্ড উদ্ধাৰ কৰা হৈছে, আৰু পেহেলগামত পৰ্যটক হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।

সোমবাৰে শ্ৰীনগৰৰ ডাচিগাম বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত তিনি উগ্ৰপন্থী নিহত হয়। এই সামৰিক অভিযানৰ নাম ৰখা হৈছিল ‘অপাৰেচন মহাদেৱ’। আজি অমিত শ্বাহে কয় যে কালি পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তিনিওজন সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত হৈছে। শ্বাহে নিহত উগ্ৰপন্থী তিনিজনৰ নামো প্ৰকাশ কৰে। তেওঁ কয় যে এই তিনিজন সন্ত্ৰাসবাদীৰ নাম চুলেইমান, আফগান আৰু জিব্ৰাণ। পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোকজনে এই তিনিজনক খাদ্যৰ ব্যৱস্থা কৰি সহায় কৰিছিল। নিহত উগ্ৰপন্থীৰ মৃতদেহ চিনাক্ত কৰা হৈছে।

Recent News

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

ৰাস্তা নে পথাৰ? দৈনিক ৩ কিঃমিঃ বোকা পাৰ কৰি বিদ্যালয়মুখী আদিবাসী শিক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd