• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সঘনে স্থিতি সলনি এন আৰ চি কৰ্তৃপক্ষৰ : পুনৰ ২০ আগষ্টলৈ পিছুৱালে দাবী-নিষ্পত্তিৰ আবেদনৰ তাৰিখ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 11, 2018 9:52 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

99
VIEWS
Share on FacebookShare on Twitter

এন আৰ চি কৰ্তৃপক্ষই দ্বিতীয় বাৰৰ বাবে খচৰাত বাদ পৰা লোকৰ দাবী-নিষ্পত্তিৰ আৱেদন পত্ৰ গ্ৰহণৰ তাৰিখ পিছুৱালে। নতুনকৈ নিৰ্ধাৰণ কৰা তাৰিখ হ’ল ২০ আগষ্ট।

উল্লেখযোগ্য যে প্ৰথমে এই তাৰিখ ৭ আগষ্ট কৰিছিল এন আৰ চি কৰ্তৃপক্ষই। তাৰ পিছতে ১০ তাৰিখ কৰে।

কিন্তু ১০ তাৰিখে এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰত এই সেৱা মুকলি কৰা হয় যদিও আজি এটা ঘোষণাৰ জৰিয়তে এই সেৱাৰ তাৰিখ ২০ আগষ্ট কৰা বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে যোৱা ১০ আগষ্টত এন আৰ চি সেৱা কেন্দ্ৰবোৰত প্ৰচুৰ ভিৰ লাগিছিল আৰু কিছু কিছু ঠাইত বিশৃংখলাৰ পৰিস্থিতি হৈছিল।

আনহাতে আন এটা সূত্ৰই দাবী কৰিছে যে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এন আৰ চি কৰ্তৃপক্ষই এই তাৰিখলৈ পিছুৱাই দিছে।

ইতিমধ্যে এন আৰ চিৰ ৱেবছাইটত শুধৰণিৰ বাবে প্ৰপত্ৰ উপলব্ধ হৈছে বুলিও সূত্ৰটোৱে জানিবলৈ দিছে।

Recent News

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

তিনি বছৰত ৫৪৩ কোটি টকাৰ লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে! কেগে নিজৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

তিনি বছৰত ৫৪৩ কোটি টকাৰ লোকচানৰ সন্মুখীন ভাৰতীয় ৰে’লৱে! কেগে নিজৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

ব্ৰিটিছ স্কচ হুইস্কি কম মূল্যত উপলব্ধ হ’ব! ‘মুক্ত বাণিজ্য’ৰ পৰা কি লাভ কৰিব ভাৰতে?

ব্ৰিটিছ স্কচ হুইস্কি কম মূল্যত উপলব্ধ হ’ব! ‘মুক্ত বাণিজ্য’ৰ পৰা কি লাভ কৰিব ভাৰতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd