• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰমাণু যুদ্ধৰ সম্ভাৱনা নাকচ ভাৰতৰ প্ৰাক্তন সেনাপ্ৰধানৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
February 27, 2019 10:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুলৱামা বিস্ফোৰণৰ পিছত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ শংকা ক্ৰমে বৃদ্ধি পোৱাৰ সময়তে দুয়োখন দেশৰ মাজত পৰমাণু যুদ্ধৰ সম্ভাৱনা নাকচ কৰিছে প্ৰাক্তন সেনাপ্ৰধান তথা বৰ্তমান বিজেপি চৰকাৰখনৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙে।

আজি শিলচৰ ভ্ৰমণলৈ অহা সিঙে শিলচৰ আৱৰ্ত ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি এই পূৰ্বানুমান দাঙি ধৰে। অৱশ্যে এই সম্ভাৱনা নাকচ কৰিও প্ৰাক্তন সেনাপ্ৰধানজনে পাকিস্তানে তেনে ভুল কৰিলে কঠোৰতম উত্তৰ দিয়া হ’ব বুলি সকীয়নি দিয়ে।

“হিৰোশ্বিমাৰ পিছত কোনো দেশে আন এখন দেশৰ বিৰুদ্ধে পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰা নাই। গতিকে সেই ফালৰ পৰা চাবলৈ গ’লে পাকিস্তানেও আমাৰ বিৰুদ্ধে তেনে কৰাৰ সম্ভাৱনা খুব কম। কিন্তু যদি তেনেকুৱা পৰ্য্যায়লৈ যায়, আমি তেওঁলোকক কঠোৰ প্ৰত্যুত্তৰ দিম”, প্ৰাক্তনপ্ৰধান তথা বৰ্তমান বিজেপিৰ এজন নেতা সিঙে নিজৰ পূৰ্বানুমানৰ সপক্ষে যুক্তি দি কয়।

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আৰম্ভ কৰা “ভাৰত কী মন কি বাত আপ কে চাথ” নামৰ এটা দলীয় কাৰ্য্যসূচী লৈ শিলচৰলৈ অহা সিঙে দলীয় কৰ্মী, জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱীৰ সৈতে বাৰ্তালাপৰ সময়ত পুলৱামা আক্ৰমণ আৰু তাৰ পিছৰ ভাৰত-পাকিস্তানৰ জটিল সম্পৰ্কটোৰ বিষয়েও নিজৰ মত দাঙি ধৰে।

পুলৱামাত কেনেকৈ জৈইছ-এ-মহম্মদৰ সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ কনভয়ত আক্ৰমণ কৰাটো সম্ভৱ হ’ল বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সেনাপ্ৰধানজনে কয়, “মই তাত জি অ’ চি হিচাপেও আৰু পিছত সেনাপ্ৰধান হিচাপেও কাম কৰি আহিছো। আমাৰ গোটেই কাশ্মীৰতে শক্তিশালী বাহিনী আছে। কিন্তু আমি যেনেকৈ পৰিকল্পনা কৰো তেনেকৈ সন্ত্ৰাসবাদীয়েও একেই পৰিকল্পিতভাৱে কাম কৰে। আমি চকু টিপিওৱাৰ সুযোগতে তেওঁলোকে কিবা এটা কৰি দিব পাৰে। ঘটনাটোৰ তদন্ত চলি আছে আৰু বিষয়টোত লাহেকৈ অধিক জানিব পাৰিম।”

তেওঁ পুলৱামা-কাণ্ডৰ বাবে পাকিস্তানক জগৰীয়া কৰি কয়,  “আমি পাকিস্তানক সকীয়াই দি আহিছো আৰু এই অপৰাধত উচটনি দিয়াসকলৰ নাম দি আহিছো। পাকিস্তানৰ চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। তাৰ ফলতে পুলৱামাৰ ঘটনা হ’ল আৰু আমাক প্ৰত্যাঘাত কৰিবলৈ বাধ্য কৰিলে।”

আনপিনে ৰাজ্যসভাত পাছ কৰিবলৈ ব্যৰ্থ হোৱা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত বিজেপিৰ নেতাজনে কয়, “বিধেয়কখনৰ যথেষ্ট গুৰুত্ব আছে। একাংশই ইয়াক নুবুজি বা ইয়াৰ মূল উদ্দেশ্যলৈ নগৈ সমালোচনা কৰিলে। এদিন হ’লেও আমি এই বিধেয়ক পাছ কৰিমেই।”

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd