• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ইউটিউবাৰ কেৰিমিনটিৰ সাহায্য : লাইভষ্ট্ৰিম যোগে সংগ্ৰহ ১১ লাখ টকা 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 12:56 pm
318
VIEWS
Share on FacebookShare on Twitter

উৰিষ্যাত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাত নিহত সকলৰ পৰিয়ালৰ কাষত থিয় দিছে  জনপ্ৰিয় ইউটিউবাৰ কেৰিমিনতিয়ে। উল্লেখ্য যে শুকুৰ বাৰে নিশা উৰিষ্যাত হোৱা ৰেল দুৰ্ঘটনাত নিহত হৈছিল প্ৰায় ৩০০ গৰাকী যাত্ৰী। আনহাতে দুৰ্ঘটনাটোত  আহত হৈছিল প্ৰায় ১০০০তকৈও অধিক লোক।

অভিযান চলাই থকাৰ সময়তে ততাতৈয়াকৈ নিহত সকলৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ উদ্দেশ্যে চেৰিটি লাইভষ্ট্ৰীম চলাই কেৰিমিননতিয়ে সংগ্ৰহ কৰিছিল প্ৰায় ১২ লাখ টকা। আনহাতে পুলিঙৰ জৰিয়তে সংগ্ৰহ কৰিছিল ১.৫ লাখ টকা। এইদৰে মুঠ ১৩.৩৭ লাখ টকা সাহায্য সংগ্ৰহ কৰিছিল কন্টেন ক্ৰিয়েটৰ গৰাকীয়ে। 

ইয়াৰ পিছতেই জনপ্ৰিয় ইউটিউবাৰ গৰাকীয়ে লিখেছে –  “কালি দাতব্য অনুষ্ঠানটোক সমৰ্থন কৰা প্ৰতিজন ব্যক্তিৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ উদাৰ অৱদানৰ বাবে আজি দিনৰ ১ বজাৰ ভিতৰত আমি মুঠ ১১,৮৭,৬১১.৬৪ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হ’লোঁ।”

লগতে পঢ়কঃ পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

লগতে তেওঁ কয় যে পৰৱৰ্তী সময়ত কোনোবাই অফলাইন অনুদান প্ৰেৰণ কৰিলে তেওঁ নিয়মীয়াকৈ আপডেট দি থাকিব। 

“আপোনালোক সকলোৰে বাবে মই অসীম গৌৰৱ আৰু কৃতজ্ঞতা অনুভৱ কৰিছো। বহুত বহুত ধন্যবাদ ”-তেওঁ লগতে কয়।

ইতিমধ্যে এই টকাখিনি নিহত সকলৰ পৰিয়ালৰ ওচৰলৈ লৈ যোৱাৰ বাবে কাম আৰম্ভ কৰিছে কেৰিমিনতি খ্যাত ইউটিউবাৰ অজয় নাগৰে। 

লগতে পঢ়কঃ ১২ জুনত পাটনাত আলোচনাত মিলিত নহয় বিৰোধী, বৈঠক স্থগিত; পুনৰ কেতিয়া বহিব?

I would like to express my heartfelt gratitude to everyone who supported the charity stream yesterday. Thanks to your generous contributions, we were able to raise a total of INR 11,87,611.64 by 1 pm today. To further enhance the impact, I have personally added INR 1.5 lacs,… pic.twitter.com/rIKMZDecqv

— Ajey Nagar (@CarryMinati) June 4, 2023

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd