• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অ’লাৰ ফাণ্ডলৈ ১ বছৰৰ দৰমহা আগঢ়াইছে প্ৰতিষ্ঠানটোৰ চি ই অ’ ভাৱিশ আগৰৱালাই

‘অ’লা দ্য ড্ৰাইভাৰ ফাণ্ড’ জৰিয়তে প্ৰতিষ্ঠানটোৱে কৰ্মচাৰী তথা ড্ৰাইভাৰসকললৈ আগবঢ়াব আৰ্থিক সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 2:30 pm
3e990494d7dabe32b4cd91ef645fbdc7

অ'লাৰ চি ই অ' ভাৱিশ আগৰৱালা

6.4k
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা ২১ দিনীয়া ল’কডাউন অব্যাহত আছে।

এই ল’কডাউনৰ ফলত দেশৰ অন্যান্য অসংগঠিত শ্ৰমিক আৰু দৈনিক আয়ৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰাৰ লোকসকলৰ লগতে অ’লাৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা লোকসকলৰ জীৱনলৈও আহিছে আৰ্থিক সংকট।

তেনে সময়তে প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কৰ্মচাৰীসকলক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে গঠন কৰিছে অ’লা দ্য ড্ৰাইভাৰ ফাণ্ড।

এই ফাণ্ডৰ যোগেদি প্ৰতিষ্ঠানটোৱে অ’লা গ্ৰুপৰ পৰা ২০ কোটি টকা সংগ্ৰহ কৰি প্ৰতিষ্ঠানটোত কৰ্মতৰত বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীক আৰ্থিক সাহায্য প্ৰদান কৰিব।

অ’লা কেবৰ ড্ৰাইভাৰ, অ’লা অ’টো ড্ৰাইভাৰ, অ’লা বাইক ৰাইডাৰ আদিকে কৰি সকলো কৰ্মচাৰীকে দেশত ল’কডাউন অব্যাহত থকাৰ সময়ছোৱাত অ’লাই উক্ত ফাণ্ডৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদানৰ কথা প্ৰতিষ্ঠানটোৱে ঘোষণা কৰিছে।

অ’লাৰ এই অ’লা দ্য ড্ৰাইভাৰ ফাণ্ডলৈ প্ৰতিষ্ঠানটোৰ চি ই অ’ ভাৱিশ আগৰৱালাই তেওঁ এবছৰৰ দৰমহা আগবঢ়াইছে।

উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ বিশ্বজুৰি ২০ লাখৰো অধিক ড্ৰাইভাৰ-পাৰ্টনাৰ আছে আৰু বিশ্বজুৰি ফাণ্ডলৈ ৫০ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লৈছে প্ৰতিষ্ঠানটোৱে।

‘এই সংকটৰ সময়ত হাজাৰ হাজাৰ ড্ৰাইভাৰৰ উপাৰ্জন বন্ধ হৈ পৰিছে। অ’লা গ্ৰুপৰ সকলোৱে মিলি এই ফাণ্ডৰ জৰিয়তে তেওঁলোকক শীঘ্ৰে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।’ অ’লাৰ মুখপাত্ৰ তথা জনসংযোগকাৰী প্ৰধান আনন্দ সুব্ৰমণিয়ামে এইদৰে কয়।

প্ৰতিষ্ঠানটোৱে এই ফাণ্ডৰ জৰিয়তে ইয়াৰ ড্ৰাইভাৰৰ পৰিয়ালৰ সদস্যসকলৰ বিনামূলীয়া চিকিৎসা, সন্তানৰ শিক্ষা আদিৰ ওপৰতো সহায় আগবঢ়াব বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা সপ্তাহত প্ৰতিষ্ঠানটোৱে ইয়াৰ ড্ৰাইভাৰসকলক ক’ৰ’না ভাইৰাছৰ বীমা ক’ভাৰ কৰাৰ কথাও ঘোষণা কৰিছিল।

Tags: COVID19

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd