NORTHEAST NOW (Assamese)

বোৱাৰীয়েকৰ পৰকীয়া প্ৰেম ধৰা পেলোৱাৰ বাবে বৃদ্ধক হত্যা!

February 9, 2025 2:52 pm · ভৱজিৎ বৰ্মন, নলবাৰী

বোৱাৰীয়েকৰ পৰকীয়া প্ৰেম ধৰাত পেলোৱাৰ বাবেই বৃদ্ধক হত্যা!

মৰিয়াই মৰিয়াই ডিঙি চেপি হত্যা কৰাৰ অভিযোগ মজনুৰৰ বিৰুদ্ধে!

নলবাৰী ৰাজাখাট বানেকুছিত এই নৃশংস হত্যাকাণ্ড।

আবুল হুছেইন (৬০) নামৰ এজনক হত্যা মজনুৰৰ।

মজনুৰ ওৰফে দালে এই হত্যাকাণ্ড কৰাৰ অভিযোগ।

প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ড হোৱাৰ সন্দেহ।

আবুলৰ বোৱাৰীয়েকৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল মজনুৰৰ!

সেই কথা ধৰা পেলোৱাত আবুলক হত্যা কৰাৰ সন্দেহ!

বৰ্তমানো পলাতক অভিযুক্ত মজনুৰ!

নলবাৰী আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ।

Related News