• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত বনাম ইংলেণ্ড : কেৱল কোহলী বাহিনীয়েই নহয়, চৰ্চাত আছে আম্পায়াৰ নিতিন মেননো

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2021 9:47 am
ভাৰত বনাম ইংলেণ্ড : কেৱল কোহলী বাহিনীয়েই নহয়, চৰ্চাত আছে আম্পায়াৰ নিতিন মেননো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত দুই মাহ ধৰি ভাৰতত অনুষ্ঠিত হৈ যোৱা ইংলেণ্ড-ভাৰতৰ আটাইকেইটা ফৰ্মেটৰে ক্ৰিকেট শৃংখলাটোত কেৱল খেলুৱৈসকলেই নহয়, এগৰাকী আম্পায়াৰেও ক্ৰিকেট বিশ্বত সমাদৰ লাভ কৰিছে।

তেওঁ হ’ল নিতিন মেনন।

৩৬ বছৰ বয়সতে আইচিচি এলিট তালিকাত স্থান লাভ কৰা মেননে আম্পায়াৰ হিচাপে আটাইতকৈ কম বয়সীয়া হিচাপে বিবেচিত হৈছেষ।

শৃংখলাটোত মুঠ ১০ ( ৪খন টেষ্ট, ৩খন টি-২০ আৰু ৩খন এদিনীয়া) খন মেচ নিয়াৰীকৈ পৰিচালনা কৰি মেননে চৰ্চিত হৈ পৰিছে।

মেননৰ সুস্থ আম্পায়াৰিঙত ক্ৰিকেট তাৰকা দীনেশ কাৰ্তিক, প্ৰাক্তন অপেনাৰ আকাশ চোপ্ৰাও প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

ভৱিষ্যতে এনেধৰণৰ সফলতা লাভ লাভ কৰিলে মেননক বিশ্বকাপ আৰু এছেজ শৃংখলাতো দেখা যাব পাব পাৰে।

উল্লেখযোগ্য যে আধুনিক ক্ৰিকেট আম্পায়াৰিঙৰ ক্ষেত্ৰত অত্যন্ত জটিল।

আধুনিক প্ৰযুক্তিয়ে আম্পায়াৰৰ সিদ্ধান্তকো ভুল হিচাপে পৰিগণিত কৰায়।

আম্পায়াৰৰ এটা সিদ্ধান্তক প্ৰযুক্তিৰ দ্বাৰা পৰীক্ষা কৰি চোৱা হয় আৰু ইয়াৰ দ্বাৰা আম্পায়াৰজনৰ পাৰদৰ্শিতা নিৰ্ণায়ন হয়।

কিন্তু সমগ্ৰ চিৰিজটোত মেননে সূক্ষ্মভাৱে নিজৰ কাম কৰি গৈছিল।

চিৰিজটোত তেওঁ দিয়া মুঠ ৪০টা সিদ্ধান্তৰ বিৰুদ্ধে দুয়োটা দলে আবেদন কৰিছিল।

৪০টাৰ ভিতৰত ৩৫টা সিদ্ধান্তই প্ৰযুক্তিৰ পৰীক্ষাত সফল বিবেচিত হয়।

আনহাতে ‘আম্পায়াৰ কল’ কৰা হৈছিল ২৩ বাৰ।

মেননৰ সিদ্ধান্ত নিৰ্ভূল হিচাপে বিবেচিত হয় ১২ বাৰ।

তদুপৰি তেওঁ প্ৰদান কৰা ৩৫টা এলবিডব্লিউ আউটৰ মাত্ৰ ২টাহে ভুল হিচাপে ধৰা পৰে।

সমগ্ৰ চিৰিজটো দুয়োটা দলৰ মাজত উত্তপ্ত হৈ আছিল।

খেলপথাৰত অনেকবাৰ গৰম পৰিস্থিতৰ সৃষ্টি হৈছিল।

কিন্তু সকলো নেওচি নিজৰ সিদ্ধান্তসমূহত অবিচল আছিল নিতিন।

We have to give credit where it’s due and this whole series ,if there has been a revelation, thy name is “NITIN MENON”.He’s been phenomenally consistent and I hope he gets the best umpire award for this year.He is definitely one of the best in the world. @BCCI #quality #INDvsENG

— DK (@DineshKarthik) March 28, 2021

নিতিনৰ এই প্ৰদৰ্শনক লৈ তাৰকা ক্ৰিকেটাৰ দীনেশ কাৰ্তিকে টুইটাৰযোগে লিখিছে যে এই ধাৰাবাহিকতা বৰ্তাই ৰাখিলে নিতিন বিশ্বৰ শ্ৰেষ্ঠ আম্পায়াৰ হ’ব।

প্ৰাক্তন তাৰকা আকাশ চোপ্ৰাই কৈছে যে নিতিনে যি সিদ্ধান্ত লয়, সেয়া মানি চলা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd