• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱৰ মিছাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
April 20, 2019 6:59 pm
angry-elephant-570x320

প্ৰতিনিধিত্বমূলক ফটো

582
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ মিছা কেলিডেন চাহ বাগানৰ কাষৰ ৰিজাৰ্ভত আজি বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকজনক নৰেশ ৰাজপুত (৩০) বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, শালনা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এলেকাধীন তথা মিছা আৰক্ষী চকীৰ অন্তৰ্গত কেলিডেন ৰিজাৰ্ভত আজি গৰু এৰাল দি ওভতি অহা অৱস্থাতে লক্ষীবস্তি নিবাসী নৰেশক হাবিৰ মাজত লুকাই থকা এটা বনৰীয়া হাতীয়ে অতৰ্কিতে আক্ৰমণ কৰাত লোকজনৰ থিতাতে মৃত্যু হয় ৷

ঘটনাৰ খবৰ পাই পৰৱৰ্তী সময়ত শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বন পালক প্ৰণৱ বৰা সহ বনৰক্ষীৰ এটা দল আৰু মিছা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু নগাঁও অসামৰিক চিকিৎসালয়ত নি মৰণোত্তৰ পৰীক্ষা কৰোৱাৰ পিছত পৰিয়ালৰ লোকক গতাই দিয়ে ৷

আনহাতে আক্ৰমণ সংঘটিত কৰি এজন লোকৰ প্ৰাণ লোৱা উক্ত হাতীটো সম্প্ৰতি হাবিৰ মাজতে অৱস্থান কৰি আছে বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে।

Recent News

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd