• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এতোলা সোণৰ আঁচনিয়ে কমাব তালাক, বিবাহ বিচ্ছেদ: ব্যাখ্যা হিমন্ত বিশ্বৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
February 19, 2019 10:18 pm
One ‘tola’ Gold scheme will reduce Talaq, divorce: Himanta Biswa

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

1k
VIEWS
Share on FacebookShare on Twitter

কইনাক এতোলা সোণ দিয়াৰ আশ্বাসেৰে অসম চৰকাৰৰ শেহতীয়া বাজেটত ঘোষণা কৰা অৰুন্ধতী আঁচনিয়ে ৰাজ্যত হ্ৰাস কৰিব তালাক আৰু বিবাহ বিচ্ছেদ, দাবী হিমন্ত বিশ্ব শৰ্মাৰ।

মঙলবাৰে ইয়াৰ ব্যাখ্যা আগবঢ়াই ৰাজ্যৰ বিত্ত মন্ত্ৰীজনে কয় যে এতোলা সোণ পোৱাৰ বাবে কৰিব লাগিব বিবাহৰ পঞ্জীয়ন আৰু ইয়াৰ ফলতে কমিব তালাক বা বিচ্ছেদ।

“হিন্দুৱে হওক মুছলমানেই হওক, আঁচনিখনৰ সুবিধা পাবলৈ বিবাহ পঞ্জীয়ন কৰিব লাগিব। যেতিয়া এখন বিয়া পঞ্জীকৃত হ’ব, তেতিয়া কাৰোবাৰ বাবে ‘তালাক, তালাক, তালাক’ কৈ বিচ্ছেদ কৰাতো সম্ভৱ নহ’ব। কোনোবাই বিচ্ছেদ বিচাৰিলে তেওঁ আনুষ্ঠানিক ৰাস্তা ল’ব লাগিব যাৰ বাবে কইনাক ক্ষতিপূৰণ দিয়াৰ প্ৰয়োজন হ’ব,” মন্ত্ৰী শৰ্মাৰ ব্যখ্যা।

তাৰোপৰি মন্ত্ৰীগৰাকীৰ মতে মন্দিৰত হোৱা অনানুষ্ঠানিক বিয়াৰ ক্ষেত্ৰত বিচ্ছেদত দেখা দিয়া সমস্যাৰো ই সমাধান কৰিব।

“কেতিয়াবা সমস্যা হ’লে, দৰাই কইনাক ভাবুকি দিয়ে আৰু বিয়াৰ প্ৰমাণ দেখুৱাবলৈ কয়। এতিয়া অৰুন্ধতীয়ে বিবাহ পঞ্জীয়ন বাধ্যতামূলক কৰাৰ ফলত কোনেও সেই সুবিধা ল’ব নোৱাৰিব, কাৰণ বিয়া পঞ্জীয়নৰ প্ৰমাণ থাকিব আৰু আইনী মেৰপেচ আৰু ক্ষতিপূৰণৰ ভয়ত বিচ্ছেদ জটিল হ’ব,” মন্তব্য শৰ্মাৰ।

বিয়াত সোণ দিয়াটোৱে নিষিদ্ধ “যৌতুক প্ৰথা”ক উৎসাহ দি্যা বুলি ঘোষণাৰ পিছতে সমালোচিত হৈছিল আঁচনিখন।

Recent News

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

টাটা গ্ৰুপক দিব লাগিব ক্ষতিপূৰণঃ ছিংগুৰ ভূমি গোচৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গাজাৰ দুই হাজাৰ আহত লোকক চিকিৎসা প্ৰদান কৰিব ইণ্ডোনেছিয়াৰ চৰকাৰে

গুৱাহাটী জিলা পুথিভঁৰালত বিশেষ সভা, ‘জ্ঞান গান্ধৈ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন

গুৱাহাটী জিলা পুথিভঁৰালত বিশেষ সভা, ‘জ্ঞান গান্ধৈ’ শীৰ্ষক প্ৰাচীৰ পত্ৰিকা উন্মোচন

যৌন সন্মতিৰ বয়স ১৮ বছৰৰ তললৈ অনাটো বিপদজনক: উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

যৌন সন্মতিৰ বয়স ১৮ বছৰৰ তললৈ অনাটো বিপদজনক: উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ স্পষ্টীকৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd