• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰভোগৰ বেঁকী নৈত দলঙৰ পৰা জাঁপ দি আত্মহত্যা অচিনাকি যুৱতীৰ

ইয়াছিন আলী by ইয়াছিন আলী
October 22, 2018 6:27 am
photo from Yeasin Ali, Kokila _20181022-052225

সৰভোগৰ বেঁকী নৈৰ এই স্থানৰ পৰাই নদীত জাপ দিয়ে যুৱতীগৰাকীয়ে। ফটো : নৰ্থইষ্ট নাও

635
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে  বৰপেটা জিলাৰ সৰভোগত বেঁকী নৈৰ দলঙৰ পৰা এগৰাকী অচিনাকি যুৱতীয়ে জঁপিয়াই আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদর্শীৰ পৰা জানিব পৰা মতে যুৱতীগৰাকী জীনছ পৰিহিতা আছিল আৰু যুৱতীগৰাকী ক’ৰ পৰা আহি তাত উপস্থিত হৈছিল সেয়া নিশ্চিত কৰিব পৰা নাই।

আনহাতে, বৰ্তমানলৈকে যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই। যুৱতীগৰাকীয়ে নদীত জাঁপ দিয়া মাছমৰীয়াই দেখা পায় আৰু লগে লগে কেইবাজনো মাছমৰীয়াই উদ্ধাৰ অভিযান চলায় যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে।

তেওঁলোকে লগে লগেই সৰভোগ আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দলঙৰ পৰা পৰিত্যক্ত ছেন্দেল আৰু কাপোৰ উদ্ধাৰ কৰে।

ইপিনে আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰি এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে আৰু এছ ডি আৰ এফ বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ বেঁকী নৈত উদ্ধাৰ অভিযান চলায় যদিও এই পৰ্যন্ত যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই।

যুৱতী গৰাকীয়ে বেঁকী নৈত জঁপিয়াই আত্মহত্যা কৰা ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱতীগৰাকীয়ে কি কাৰণত আত্মহত্যাৰ পথ বাছি লৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

Recent News

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

ভাৰতত নিষিদ্ধ ৪টা বাংলাদেশী টিভিৰ ইউটিউব চেনেল

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

পাকিস্তানৰ আক্ৰমণত নিহত জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ অতিৰিক্ত উপ আয়ুক্ত

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd