• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ শিৱসাগৰৰ এজন যুৱক কোভিড-১৯ পজিটিভ; আক্ৰান্তৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2020 7:09 am
COVID19: 1724 persons discharged in Assam on Tuesday

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ শিৱসাগৰৰ এজন যুৱকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।

যুৱকজন বৰ্তমান যোৰহাটৰ কোৱাৰেন্টাইন চেন্টাৰত আছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিশা ২.৩৩ বজাত টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে।

ৰাজ্যখনত এইদৰে কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ৯৫জনলৈ বৃদ্ধি পালে।

ইপিনে,শনিবাৰৰ দিনটোতে অসমত আন পাঁচজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

নিশা শোণিতপুৰ জিলাত এজন আৰু গুৱাহাটীত পুনৰ দুজনৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ পোৱাৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰীয়ে।

অৱশ্যে, ৰোগী কেইজনৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে শনিবাৰে প্ৰথমবাৰলৈ শোণিতপুৰ জিলাত ধৰা পৰিছে কোভিড-১৯ আক্ৰান্ত ৰোগী।

Alert ~ One young boy from Sibsagar test #COVID19 positive. He is at present in our Jorhat Quarantine Centre

↗️Total cases 95
↗️Recovered 41
↗️Active cases 50
↗️Deaths 2
↗️Migrated 2

Update 2.33 am/May 17#AssamCovidCount

— Himanta Biswa Sarma (@himantabiswa) May 16, 2020

উল্লেখ্য যে শনিবাৰে দিনৰ ভাগত কামৰূপ মহানগৰ জিলাত দুজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে।

ফাঁচিবজাৰৰ আলু গুদামৰ লোকৰ সংস্পৰ্শলৈ আহিছিল লোকদুজন।

অসমত এতিয়ালৈকে ৯৫ গৰাকী লোকৰ দেহত পোৱা গৈছে এই মাৰাত্মক ভাইৰাছ। তাৰে ৫০ গৰাকী চিকিৎসাধীন আৰু ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।

ইতিমধ্যে দুগৰাকীয়ে মৃত্যুক আঁকোৱালি লৈছে। আক্ৰান্তসকলৰ দুজন প্ৰব্ৰজিত ব্যক্তি।

ইপিনে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰৰ যোগে জানিবলৈ দিছে যে নিশা কালাপাহৰাত থকা কোৱাৰেন্টাইন চেন্টাৰৰ পৰা এজন আৰু ফটাশীল আমবাৰীৰ পৰা এজন কোভিড-১৯ পজিটিভ ৰোগীক সুকলমে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতললৈ স্থানান্তৰ কৰা হয়।

One #COVID positive patient is at Kalapahar Quarantine Centre and We went there to ensure smooth evacuation. The other person was evacuated from Fatashil Ambari

Both have been admitted to MMCH.We are also in process of taking the third patient to Tezpur Medical /2.43am,May 17th pic.twitter.com/xHnUIKKiI5

— Himanta Biswa Sarma (@himantabiswa) May 16, 2020

মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে তৃতীয়গৰাকী ৰোগীক তেজপুৰ মেডিকেল কলেজ হাস্পাতলত ভৰ্তি কৰাৰ প্ৰক্ৰিয়া চলি আছে।

উল্লেখ্য যে উক্ত তিনিগৰাকী ব্যক্তিৰ দেহত শনিবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এআই ফ্ৰেমৱৰ্ক সম্পৰ্কে উদ্বেগ প্ৰকাশ অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ

August 18, 2025 7:55 pm
এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

এফালে উচ্ছেদ আন ফালে হাজাৰ বিঘা মাটি বহিৰাগত কোম্পানীক প্ৰদান! “অসমৰ প্রতি ইঞ্চি মাটি বেদখলকাৰীৰ পৰা মুক্ত হ’ব- মুখ্য মন্ত্ৰীৰ দাবী

August 18, 2025 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

সাংবাদিকৰ মৌলিক কৰ্তব্যক সমৰ্থন উচ্চ ন্যায়ালয়ৰ! খাৰিজ কৰিলে কংকন বৰঠাকুৰৰ বিৰুদ্ধে থকা গোচৰ

August 18, 2025 8:17 pm
কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

কোন হ’ব বিৰোধী দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী? বিৰোধী মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক লৈ জল্পনা-কল্পনা

August 18, 2025 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd