• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰত ৩৮৫লৈ বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা, অভিযোগ দাখিলৰ বাবে অনলাইন সেৱা মুকলি প্ৰশাসনৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
July 22, 2020 4:39 pm
COVID19-positive-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো।

1.8k
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰ জিলাত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

শেহতীয়াকৈ জিলাখনত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩৫৮ গৰাকী হৈছেগৈ। এনে পৰিস্থিতিত জিলাখনত ক’ৰ’ণাৰ অধিক সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

সেই মৰ্মে জিলা প্ৰশাসনে সাধাৰণ জনতাই কাৰ্যালয়লৈ নহাকৈয়ে অনলাইনৰ জৰিয়তে অভিযোগ দাখিলৰ ব্যৱস্থা কৰিছে। লখিমপুৰ জিলা তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে জনসাধাৰণে তেওঁলোকৰ বিভিন্ন বিষয়ত থকা অভিযোগ সমূহ জিলা প্ৰশাসনে মুকলি কৰি দিয়া বিশেষ ৱাটছএপ নম্বৰলৈ পঠিয়াব পাৰিব।

পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে তেনে অভিযোগ সমূহ সংশ্লিষ্ট বিভাগ সমূহলৈ প্ৰেৰণ কৰিব।

১৮ জুলাইত লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুগৰাকীকৈ কৰ্মচাৰী কোভিডত আক্ৰান্ত হোৱাৰ পিছতে জিলা উপায়ুক্তৰ নিৰ্দেশত কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল।

শেহতীয়াকৈ অহা ফলাফলত সকলো কৰ্মচাৰীৰ পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে।

জিলা উপায়ুক্ত ড. জীৱন বিয়ে জনসাধাৰণে অভিযোগ আদি দাখিলৰ বাবে কাৰ্যালয়লৈ আহিলে ক’ৰ’ণাৰ অধিক সংক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰিয়েই অনলাইন যোগে অভিযোগ দাখিলৰ আহ্বান জনাইছে।

ইয়াৰ বাবে জিলা প্ৰশাসনে ৱাটছএপত03752-222196, টুইটাৰত @LakhimpurDist আৰু ফেচবুকৰ বাবে @districtadministrationlakhimpur আই ডি মুকলি কৰিছে।

লখিমপুৰত শেহতীয়াকৈ হায়দৰাবাদ আৰু মুম্বাইৰ পৰা অহা ৭ জনকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

Tags: COVID-19

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd