• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অংকৰ পৰীক্ষা হঠাতে কাৰণ নোহোৱাকৈ পিছুৱাই দিয়াৰ বাবে বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2025 9:00 pm
139
VIEWS
Share on FacebookShare on Twitter

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অংকৰ পৰীক্ষা হঠাতে কোনো কাৰণ নোহোৱাকৈ পিছুৱাই দিছে পৰীক্ষা নিয়ন্ত্ৰকে৷ শেহতীয়াকৈ গম পোৱা মতে, বৰপেটা জিলাৰ নৱম শ্ৰেণীৰ অংকৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ প্ৰকাশ হৈছে৷ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ চৰকাৰে এই ধৰণৰ হেতালি খেলিছে কিয়?

এই প্ৰশ্ন অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰাৰ৷ আজি এক প্ৰেছ বিবৃতিত বৰাই কয় যে চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ বছৰটোৰ কষ্টৰ ফচলক লৈ ল’ৰা-ধেমালি খেলা কাৰ্য নিন্দনীয়ই নহয়, ই অক্ষমনীয় অপৰাধ৷

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ বাৰে বাৰে এনেধৰণৰ হেতালি খেলি অহা কথাটোৱে ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলত অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত একেবাৰে সুৰক্ষিত নহয়, বাৰে বাৰে প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হৈছে৷ নিযুক্তি পৰীক্ষাৰ কাকাতসমূহো আগতীয়াকৈ প্ৰকাশ হৈছে৷

এইখন চৰকাৰে বিদ্যায়তনিক পৰিৱেশ গঢ়াৰ পৰিৱৰ্তে এক হৈ-চৈ আৰু ৰং-ৰহইছৰ পৰিৱেশৰ মাজত শিক্ষাৰ মূল বিষয়কসমূহক পাতল কৰাৰ অভিযোগ আনিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ত ১০ নম্বৰকৈ বঢ়াই দিয়াৰ যি ঘোষণা কৰিছে সেয়াও বিজ্ঞানসন্মত নহয় বুলি বৰাই উল্লেখ কৰে৷ সমগ্ৰ ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পদত্যাগ কৰা উচিত বুলিও ভূপেন বৰাই উল্লেখ কৰে৷

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd