• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিয়ম উলংঘা কৰি সীমান্তত ‘বন্ধু’ আদানীক মাটি ‘উপহাৰ’ দিছে মোডীয়ে; সৰৱ বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 5:07 pm
174
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘বন্ধু’ গৌতম আদানীক সুবিধা প্ৰদান কৰাৰ নতুন অভিযোগ উত্থাপন হৈছে। আদানী গ্ৰুপে পাকিস্তান সীমান্তৰ সমীপত সৌৰ আৰু বায়ু শক্তি প্ৰকল্পৰ কাম কৰি আছে।

অভিযোগ অনুসৰি সীমান্তৰ কাষৰ স্পৰ্শকাতৰ অঞ্চল হোৱাৰ পিছতো এই প্ৰকল্পৰ বাবে নিৰাপত্তাৰ নিয়ম শিথিল কৰা হৈছে। বিদেশৰ বাতৰি কাকতত এই সন্দৰ্ভত খবৰ প্ৰকাশ পোৱাৰ লগে লগে কংগ্ৰেছে কণ্ঠস্বৰত পৰিল।

গুজৰাটৰ কচ্ছত পাকিস্তান সীমান্তৰ পৰা একৰ পৰা দুই কিলোমিটাৰৰ ভিতৰত এই অঞ্চল। বিদেশী কাকতৰ বাতৰি অনুসৰি আদানী গ্ৰুপে বায়ুশক্তি পাম আৰু সৌৰ শক্তি উৎপাদন পেনেল স্থাপনৰ বাবে ৪৪৫ বৰ্গ কিলোমিটাৰ মাটি অধিগ্ৰহণ কৰিছে।

কিন্তু গুজৰাট চৰকাৰে সৌৰ আৰু বায়ু শক্তি উৎপাদনৰ বাবে চৰকাৰী ছ’লাৰ এনাৰ্জি কৰ্পোৰেশ্যনক মাটি আবণ্টন দিছিল। ইয়াৰ বাবে স্পৰ্শকাতৰ ক্ষেত্ৰত কেইবাটাও নিয়মো সলনি কৰা হৈছিল। এতিয়া কেন্দ্ৰৰ নিৰ্দেশত এনাৰ্জি কৰ্পোৰেশ্যনে গুজৰাট চৰকাৰক ভূমি ঘূৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে সেই মাটি আদানীৰ হাতত গতাই দিয়া হয়।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে একেলগে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এই বিষয়ক লৈ তীব্ৰ সমালোচনা কৰিছে। তেওঁ মন্তব্য কৰি কয় যে দেশৰ সকলো সম্পদ প্ৰধানমন্ত্ৰীৰ বন্ধুৰ হাতত গতাই দিয়াৰ প্ৰক্ৰিয়াটো ইমানেই চৰম সীমাত উপনীত হৈছে যে সীমান্ত সুৰক্ষাৰ নিয়মবোৰো সলনি কৰা হৈছে!

কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও সীমান্ত সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এই পৰ্যন্ত এই বিষয়ত বিজেপিৰ কোনো সঁহাৰি দেখা নাই।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ হোৱাৰ সূত্ৰে গৌতম আদানিক দেশৰ বিভিন্ন ঠাইত প্ৰকল্পৰ বাবে ভূমি আৱন্টন দিয়া হয়। আনকি গুৱাহাটীৰ লংকেশ্বৰ অঞ্চলতো টাৱাৰ নিৰ্মাণৰ বাবে আদানীক ভূমি আৱন্টন দিয়াৰ গুণাগঁথা চলি থকাৰ কথা জানিব পৰা গৈছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd