• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2025 11:23 am
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে পুৱা গুৰুগ্ৰামত বিতৰ্কিত ইউটিউবাৰ তথা বিগ বছ বিজয়ী এলভিছ যাদৱৰ বাসগৃহৰ বাহিৰত অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰে।

আৰক্ষীয়ে জনোৱা মতে, আজি পুৱা ৫.৩০ৰ পৰা ৬ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয়, য’ত তিনিজন বাইক আৰোহী লোকে ৫৭ নং ছেক্টৰত থকা যাদৱৰ ঘৰত দুডজনৰো অধিক গুলী প্ৰেৰণ কৰি পলায়ন কৰে।

ঘৰৰ তলৰ মহলা আৰু প্ৰথম মহলাত গুলী লাগিছিল।

দ্বিতীয় আৰু তৃতীয় মহলাত থকা যাদৱ সেই সময়ত ঘৰত নাছিল। আক্ৰমণৰ সময়ত তেওঁৰ তত্ত্বাৱধায়ক আৰু পৰিয়ালৰ কিছু সদস্য ভিতৰত আছিল যদিও কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

ততাতৈয়াকৈ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ফৰেনছিক প্ৰমাণ সংগ্ৰহ কৰি অঞ্চলটোৰ পৰা চিচিটিভিৰ ফুটেজ স্কেন কৰিবলৈ আৰম্ভ কৰিছে। বিষয়াসকলে নিশ্চিত কৰিছে যে আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে, আৰু পৰিয়ালৰ পৰা আনুষ্ঠানিক অভিযোগ লিপিবদ্ধ হ’লে ইয়াৰ পিছত অধিক তদন্ত কৰা হ’ব।

যাদৱৰ পিতৃৰ মতে, ঘটনাৰ পূৰ্বে তেওঁক কোনো ধৰণৰ ভাবুকি পোৱা নাছিল। বৰ্তমান হাৰিয়ানাৰ বাহিৰত আছে ইউটিউবাৰজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd