• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া জনপদত পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান

উত্তম শইকীয়া by উত্তম শইকীয়া
April 10, 2021 12:46 pm
vaccination of pet animals

ফটো : নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ কুলক সংক্ৰমণ ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে কাষৰীয় গাওঁবোৰৰ পশুধনৰ কল্যাণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰতি বছৰেই কাষৰীয় জনপদ বোৰৰ পশুধনক প্ৰতিষেধক প্ৰদান কৰি আহিছে ৷

বিগত বৰ্ষৰ দৰে এই বছৰো এই অভিযান আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসা বিভাগৰ সহযোগত উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ প্ৰতিটো বনাঞ্চলতে আৰম্ভ কৰিছে এই অভিযান ৷

এই অভিযানেৰে উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত আৰু অগৰাতলি বনাঞ্চলৰ কাষৰীয় গাওঁ বোৰত পশুধনৰ প্ৰতিষেধক প্ৰদানৰ কাম সম্পুৰ্ণ কৰিছে ৷

বিভাগীয় সুত্ৰৰ তথ্য মতে কৰ্তৃপক্ষই পশু চিকিৎসকৰ সহযোগত বোকাখাত বনাঞ্চলৰ অধীনৰ ৭ টা চাপৰিৰ  মুঠ ৩১৯ টা খুটিৰ মুঠ ৩৪৩৯ টা গৰু আৰু  ৭০১ টা ম’হৰ সৈতে মুঠ ৪১৪০ টা পশুধনক ৰোগ প্ৰতিৰোধক টিকা প্ৰদান কৰিছে ৷

একেদৰে অগৰাতলি বনাঞ্চলৰ মুঠ  ১৩ খন গাওঁত এই অভিযান সম্পুৰ্ণ কৰিছে ৷  ১৩ খন গাওঁৰ  মুঠ ৩৮১ টা হিতাধিকাৰী পৰিয়ালৰ মুঠ ২২৬০ টা গৰু আৰু  ২৮ টা ম’হক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

দুয়োটা বনাঞ্চলত মুঠ  ৬৪২৭ টা পশুধনক ৰোগ প্ৰতিৰোধক টিকা প্ৰদান সম্পুৰ্ণ কৰা বুলি উদ্যান কৰ্তৃপক্ষই জনাইছে ৷ সম্প্ৰতি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে ৷

এই অভিযানত কাজিৰঙাৰ কৰ্তৃপক্ষই ট্ৰায়’ভেক নামৰ প্ৰতিষেধক প্ৰদান কৰিছে ৷ এই ট্ৰায়’ভেকে গৰু ম’হক গল ফুলা, জহৰ বাক আৰু চবকাৰ দৰে সংক্ৰমণ ৰোগৰ প্ৰতিৰোধ কৰে বুলি জনাইছে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই অভিযানত দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি, কৰবেট ফাইণ্ডেশ্যন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই সহযোগিতা আগবঢ়াইছে ৷

এই প্ৰতিষেক প্ৰদানৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানৰ চৌকাষে এক জৈৱিক সুৰক্ষাৰ মণ্ডল গঢ়ি তোলাত সফল হৈছে, যি আগত সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ অমুল্য জীৱ কুলক ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm
মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm
মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd