• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কি বিশেষ কাৰণত ‘ওমেন’ শব্দৰ সংজ্ঞাৰ ব্যাপক সালসলনি ঘটালে অক্সফ’ৰ্ড ডিক্স’নাৰিয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2020 10:04 am
Oxford-dictionary-woman-definition
405
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি চলি অহা বিতৰ্কৰ অৱসান ঘটাই ‘ওমেন’ অৰ্থাৎ মহিলা শব্দটোৰ সংজ্ঞাৰ ব্যাপক সালসলনি ঘটাইছে প্ৰসিদ্ধ অক্সফ’ৰ্ড ডিক্স’নাৰীয়ে।

অভিধানখনে ওমেন(Woman) শব্দটোৰ সংজ্ঞাৰ সৈতে ব্যৱহৃত একাধিক যৌনগন্ধী (Sexiest) তথা অপমানজনক শব্দ আঁতৰাই দিছে।

অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিৰ পৰা প্ৰকাশিত অভিধানখনৰ শেহতীয়া সংস্কৰণত ‘ওমেন’ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ বা সংজ্ঞা হিচাপে কোৱা হৈছে, এজনৰ পত্নী, বান্ধৱী বা ফিমেল লাভাৰ।

সেইদৰে, নতুন সংজ্ঞাত ‘বিচ’, ‘বিন্ট’, ওৱেনছ’ আদি  কিছুমান যৌনগন্ধী তথা অপমানজনক শব্দ অঁতৰাই দিয়া হৈছে। লিংগ বৈষম্যসূচক শব্দও নতুন সংজ্ঞাত বাদ দিয়া হৈছে।

য়ুনিভাৰ্ছিটিখনৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ডিক্স’নাৰীখনৰ ‘ওমেন’ শব্দটোৰ সংজ্ঞাত আমি কিছু পৰিৱৰ্তন আনিছো। সুন্দৰ উদাহৰণ তথা শব্দ সংযোগ কৰা হৈছে।

উল্লেখ্য, অক্সফ’ৰ্ডৰ এনে সিদ্ধান্তৰ আঁৰত আছে মাৰিয়া ব্ৰিটিছ জিঅ’ভানাৰ্ডি নামৰ এগৰাকী মহিলাৰ এখন অনলাইন আবেদন। ২০১৯চনত এই মহিলাগৰাকীয়ে অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিক অভিধানখনৰ পৰা ‘ওমেন’ শব্দটোৰ সংজ্ঞাত ব্যৱহাৰ হোৱা যৌনগন্ধী (Sexiest) তথা অপমানজনক শব্দসমূহ অঁতৰাই দিয়াৰ বাবে দাবী জনাইছিল।

তেওঁ বিশেষকৈ ‘বিচ’, ‘বিন্ট’, ওৱেনছ’ আদি  কিছুমান যৌনগন্ধী তথা অপমানজনক শব্দৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল। মহিলাগৰাকীয়ে লগতে লিংগবৈষম্যসূচক শব্দসমূহো বাদ দিবলৈ দাবী কৰিছিল।

সমগ্ৰ বিশ্বৰ বহু মহিলাই মাৰিয়ক সমৰ্থন জনাইছিল। সেই অনলাইন আবেদনত ৩৪হাজাৰতকৈয়ো অধিক লোকে স্বাক্ষৰ কৰিছিল।

অক্সফ’ৰ্ড ডিক্স’নাৰীৰ এনে সিদ্ধান্তক বহুতেই আদৰণি জনাইছে।

Recent News

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd