• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰততকৈ পাকিস্তানৰ ক্ৰিকেটাৰসকল বেছি প্ৰতিভাৱান : আব্দুল ৰাজ্জাক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 4:19 pm
284
VIEWS
Share on FacebookShare on Twitter

ভাৰততকৈ পাকিস্তানৰ ক্ৰিকেটাৰসকল বেছি প্ৰতিভাৱান।- এই মন্তব্য পাকিস্তানৰ প্ৰাক্তন অলৰাউণ্ডাৰ আব্দুল ৰাজ্জাকৰ।

দেশখনৰ এটা সংবাদ প্ৰতিষ্ঠানে প্ৰাক্তন অলৰাউণ্ডাৰজনক সুধিছিল যে ভাৰতৰ অধিনায়ক বিৰাট কোহলী আৰু পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ ভিতৰত কোনজনক তেওঁ প্ৰাধান্য দিয়ে।

”ভাৰতীয় খেলুৱৈসকলৰ স’তে পাকিস্তানৰ খেলুৱৈসকলক কেতিয়াও তুলনা কৰিব নোৱাৰি কাৰণ পাকিস্তানৰ বেছি প্ৰতিভাৱান খেলুৱৈ আছে।”- ৰাজ্জাকে কয়।

মহম্মদ য়ুছুফ, ইনজামাম-উল-হক, চয়ীদ আনোৱাৰ, জাভেড মিয়াদাদ, জাহিৰ আব্বাজ আৰু ইজাজ আহমেদৰ উদাহৰণ দাঙি ধৰি ৰাজ্জাকে কয় যে যদি পাকিস্তাৰ ক্ৰিকেট ইতিহাসলে লক্ষ্য কৰা যায়, তেন্তে দেখা যায় যে পাকিস্তানে অসংখ্য ক্ৰিকেট প্ৰতিভা লাভ কৰিছে।

তদুপৰি ৰাজ্জাকে কয় যে ভাৰত আৰু পাকিস্তানৰ মাজক খেল হোৱা উচিত আৰু তেতিয়াহে কোহলী আৰু আজমৰ মাজত ভালদৰে তুলনা কৰিব পৰা যাব।

দুয়োজনকে তেওঁ পৃথক শৈলীৰ বেটছমেন বুলিও তেওঁ কয়।

উল্লেখযোগ্য সাম্প্ৰতিক ক্ৰিকেট বিশ্বত কোহলী আৰু আজম দুয়োজনকে শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়।

আনহাতে ১৯৯৬ চনৰ পৰা ২০১৩ চনলৈকে পাকিস্তানৰ হৈ প্ৰতিনিধিত্ব কৰা আব্দুল ৰাজ্জাকে (৪১) ৪৬থন টেষ্ট. ২৬৫খন এদিনীয়া আৰু ৩২খন টি২০ত অংশগ্ৰহণ কৰিছিল।

Recent News

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd