• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’; ভাৰতক দেখি বিদেশ যাবলৈ পাকিস্তানেও উলিয়ালে প্ৰতিনিধিৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2025 1:02 pm
Shashi Tharoor and Bilawal Bhutto | PTI, AP

Shashi Tharoor and Bilawal Bhutto | PTI, AP

72
VIEWS
Share on FacebookShare on Twitter

ভাৰতক দেখি হাস্যকৰভাৱে পাকিস্তানে পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টো-জৰ্দাৰীৰ নেতৃত্বত এটা দল বিভিন্ন দেশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। ৭ মে’ত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লোৱা অপাৰেচন সিন্দুৰৰ ব্যাখ্যাৰ বাবে ভাৰতে ৩২খন দেশলৈ নিজা দল প্ৰেৰণ কৰাৰ পাছতে পাকিস্তানএ এই কথা প্ৰকাশ কৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ১৭ মে’ত বিলৱালক এই দলৰনেতৃত্ব দিবলৈ কয়।

উল্লেখ্য যে, ভাৰতৰ প্ৰতিনিধি দলৰ ভিতৰত আছে শশী থাৰুৰ আৰু সুপ্ৰিয়া চুলেৰ দৰে নেতা, যিয়ে ২২ এপ্ৰিলত ২৬ জন লোকৰ মৃত্যু হোৱা পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতৰ স্থিতি জনাবলৈ কৰিবলৈ আমেৰিকা, ব্ৰিটেইন, কাটাৰৰ দৰে ঠাই ভ্ৰমণ কৰিব।

ইপিনে প্ৰাক্তন মন্ত্ৰী হিনা ৰাব্বানী খাৰ আৰু খুৰৰাম দস্তগিৰ খানকে ধৰি পাকিস্তানৰ দলটোৱে আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়াৰ দৰে দেশ ভ্ৰমণ কৰি নিজৰ মতামত দাঙি ধৰিব।

পাকিস্তানৰ এই পদক্ষেপক ভাৰতৰ পদক্ষেপৰ প্ৰতি সঁহাৰি হিচাপে গণ্য কৰা হৈছে যদিও ই কাম কৰিব নে নাই সেই বিষয়ে একাংশ লোকে সন্দেহ কৰিছে কাৰণ পাকিস্তানৰ সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ ইতিহাস আছে, যাৰ বাবে তেওঁলোকৰ বাবে আস্থা লাভ কৰাটো কঠিন হৈ পৰিছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

‘আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’; ভাৰতক দেখি বিদেশ যাবলৈ পাকিস্তানেও উলিয়ালে প্ৰতিনিধিৰ দল

‘আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’; ভাৰতক দেখি বিদেশ যাবলৈ পাকিস্তানেও উলিয়ালে প্ৰতিনিধিৰ দল

সামাজিক মাধ্যমত মুকেশ আম্বানীৰ পুত্ৰবধূ অন্তঃসত্ত্বা হোৱাৰ গুঞ্জন! কিমান সত্যতা আছে এই খবৰত?

সামাজিক মাধ্যমত মুকেশ আম্বানীৰ পুত্ৰবধূ অন্তঃসত্ত্বা হোৱাৰ গুঞ্জন! কিমান সত্যতা আছে এই খবৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd